দুখ
মুক্ত চিন্তা, ১ম বছৰ,৩য় সংখ্যা
ক্ষুধাৰ ৰাতিবোৰ মোৰ বাবে
তীব্র বেগেৰে খেদি অহা বন্দুকৰ গুলি
সিহঁতৰ আঘাতত মই
হৰিণা নহয় –
উভতি ধৰা এটা নাহৰফুটুকী !
কৌশিক দাস
মুক্ত চিন্তা, ১ম বছৰ,৩য় সংখ্যা
ক্ষুধাৰ ৰাতিবোৰ মোৰ বাবে
তীব্র বেগেৰে খেদি অহা বন্দুকৰ গুলি
সিহঁতৰ আঘাতত মই
হৰিণা নহয় –
উভতি ধৰা এটা নাহৰফুটুকী !