গল্প-কবিতা দুখ 16/12/2015 ‘মুক্ত চিন্তা’ৰ কৰ্মদল মুক্ত চিন্তা, ১ম বছৰ,৩য় সংখ্যা ক্ষুধাৰ ৰাতিবোৰ মোৰ বাবে তীব্র বেগেৰে খেদি অহা বন্দুকৰ গুলি সিহঁতৰ আঘাতত মই হৰিণা নহয় – উভতি ধৰা এটা নাহৰফুটুকী ! কৌশিক দাস Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on WhatsApp (Opens in new window) WhatsApp Share on LinkedIn (Opens in new window) LinkedIn