কবিতা-(কৌশিক বাস্যস)
মুক্ত চিন্তা, ৩য় বছৰ, ৩য় সংখ্যা
সন্ধিয়াটো গিলি থ’লে
এটা জিঞাই
—
তোৰ মোৰ মাজত
এতিয়া এক ৰাতি
—
জ্বলি থকা এহাল চকুৰ বাদে
একোকে নমনি
মুক্ত চিন্তা, ৩য় বছৰ, ৩য় সংখ্যা
সন্ধিয়াটো গিলি থ’লে
এটা জিঞাই
—
তোৰ মোৰ মাজত
এতিয়া এক ৰাতি
—
জ্বলি থকা এহাল চকুৰ বাদে
একোকে নমনি