গল্প-কবিতা

কবিতা-(কৌশিক বাস্যস)

সন্ধিয়াটো গিলি থ’লে
এটা জিঞাই

তোৰ মোৰ মাজত
এতিয়া এক ৰাতি

জ্বলি থকা এহাল চকুৰ বাদে
একোকে নমনি

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *