অনুবাদকবিতা

অমোঘ ৰন্ধন প্ৰকৰণ- (মূল : স্বৰ্ণেন্দু সেনগুপ্ত, অনুবাদ – নীলাভ সৌৰভ)

যদিও প্ৰকাশপ্ৰৱণ, অতিদ্ৰুত, বিশুদ্ধ এই ক্ৰিয়াপদবোৰ
ৰাতিপুৱা ব্ৰাছৰ গোন্ধৰ সৈতে আবিয়ৈ শব্দটোক হুৰাই দিয়া হ’ল
ইষ্টাৰ দ্বীপৰ পৰা দূৰৈত, চিকুণ ছোৱালী এজনীৰ ফালে
মিছা কথাৰ দৰে
জুহালৰ অন্ধকাৰত, অপেক্ষা কৰি থকা প্ৰবাসীসকল, তেওঁলোকৰ বগা দাঁতবোৰ আজি চিকচিকিয়া
ক্ষীণকায়, অকলশৰীয়া, চশমাই যাৰ সম্বল
ইয়াত মৈথুনচিত্ৰত, তেওঁলোকক আজি মাংস ব্যৱসায়ী ৰূপে দেখা গৈছে
যি বিয়াৰ সকলো ৰীতি-নীতি পাহৰি গান গায়
ক্ষীণ ৰদত অমোঘ ৰন্ধন প্ৰকৰণৰ ফেৰী কৰে
 

Print Friendly, PDF & Email

One thought on “অমোঘ ৰন্ধন প্ৰকৰণ- (মূল : স্বৰ্ণেন্দু সেনগুপ্ত, অনুবাদ – নীলাভ সৌৰভ)

  • Neelabh Sourav

    ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *