অষ্ঠীলা (বিক্ৰম বৰকটকী)
মুক্ত চিন্তা, ৩য় বছৰ, ২য় সংখ্যা
সাগৰৰ পানীবোৰ
তিতা হৈ গ’লেও
তেওঁ, তেওঁ হৈ থাকে
মগজুৰে কথা কওঁতে চিয়ঁৰে
তুমি বোলা তুৰুপ !
ধামখুমীয়াতো ভৰিলৈকে
তেওঁ, তেৱেঁই হৈ থাকে
সোণোৱালী চিয়াঁহীৰ
কলম এটা হাতত লৈ।
মুক্ত চিন্তা, ৩য় বছৰ, ২য় সংখ্যা
সাগৰৰ পানীবোৰ
তিতা হৈ গ’লেও
তেওঁ, তেওঁ হৈ থাকে
মগজুৰে কথা কওঁতে চিয়ঁৰে
তুমি বোলা তুৰুপ !
ধামখুমীয়াতো ভৰিলৈকে
তেওঁ, তেৱেঁই হৈ থাকে
সোণোৱালী চিয়াঁহীৰ
কলম এটা হাতত লৈ।