অনুবাদ কবিতা

অনুবাদকবিতা

কিবা এটা জ্বলিছে (মূলঃ নবাৰুণ ভট্টাচাৰ্য ; ভাবানুবাদঃ মুনমুন সৰকাৰ)

কিবা এটা জ্বলিছে কিহবাৰ আঁৰত, বেৰত, চুলিৰ মাজত, শ্মশানত কিবা এটা জ্বলিছেই মই ধোঁৱাৰ গোন্ধ পাইছোঁ কোনোবাই বিড়ি এবাৰ হুপিছে

Read More
অনুবাদকবিতা

তোমাৰ ফাইলত গাঁৱৰ বতৰ একেবাৰে গোলাপী   (মূলঃ আদম গণ্ডৱী;  অনুবাদঃ বিতোপন গগৈ)

তোমাৰ ফাইলত গাঁৱৰ বতৰ একেবাৰে গোলাপী কিন্তু এইবোৰ তথ্য ভুৱা এই দাবী মাত্ৰ কাগজী সিফালে ঢোল পিটি আছে তেওঁ গণতন্ত্ৰৰ

Read More
অনুবাদকবিতানিবন্ধ

হম’হাইডেল বৰ্গেছিছ  (মূল: অজ্ঞেয়; ভাবানুবাদ: মুনমুন সৰকাৰ)

ইয়াত উদ্ধাৰ হোৱা লাওখোলাটো মোৰতো নাছিলেই, নিশ্চয় মোৰ কোনো পূৰ্বপুৰুষৰো নাছিল। আমি কি আছিলোঁ, কোন হয় এই কথাবোৰ আমি হয়তো

Read More
অনুবাদকবিতা

শান্তিৰ সৃষ্টি  (মূল: ডেনিছ লেভাৰ্টভ; অনুবাদ: কিশোৰ কুমাৰ দাস)

আন্ধাৰৰ পৰা মাত এটাই মাত লগালে, “কবিসকলে আমাক দিবই লাগিব শান্তিৰ কল্পনা, তীব্ৰ, চিনাকিক উৎখাত কৰিবলৈ দুৰ্যোগৰ কল্পনা। শান্তি লাগে,

Read More
অনুবাদকবিতা

মনত ৰখা ভাল – (মূল – মনীষ আজাদ, অনুবাদ – কল্যাণী কোঁৱৰ)

[অনুবাদিকাৰ টোকা –  ৰাজনৈতিক ভাৱে অতি সংবেদনশীল মনীষ আজাদৰ কবিতা সময়ৰ দলিল স্বৰূপ । প্ৰচলিত ধাৰাৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ আৰু

Read More
অনুবাদকবিতা

মোক ওভতাই দিয়া মোৰ অধিকাৰ  (মূল: যতীন্দ্ৰ চৌধুৰী; অনুবাদ : খগেশ সেন ডেকা)

মোক ওভতাই দিয়া মোৰ অধিকাৰ হত্যাকাৰী ৰাতিৰ ভয়াৱহতা বুকুত সাৱটি কুমজেলেকুৱা গতিৰে পাৰ হৈছে সময়। তুমি মোৰ দুয়োখন ভৰি ভাঙি

Read More
অনুবাদকবিতা

চাবিৰ হাকাৰ চৌদ্ধটি কবিতা-(অনুবাদ: বিতোপন গগৈ)

চাবিৰ হাকা: ইৰাণৰ নিৰ্মাণ শ্ৰমিক চাবিৰ হাকাৰ কবিতাবোৰ বজ্ৰপাতৰ আঘাতৰ দৰে। তেওঁৰ জন্ম ১৯৮৬ চনত ইৰাণৰ কেৰমানশ্বাহ চহৰত হৈছিল। বৰ্তমান

Read More