অনুবাদ কবিতা

অনুবাদকবিতা

বাট সকলোৰে বাবে (মূল: বীৰেন্দ্ৰ কুমাৰ চট্টোপাধ্যায়; অনুবাদ: ৰুমা অধিকাৰী)

ধৰ্মই যেতিয়া বিজ্ঞানক কয় বাট এৰি দিবলৈ বিজ্ঞানে জানোঁ বাট এৰি দিয়ে? পোপৰ ভয়ত দেশান্তৰী হ’বলগীয়াত পৰিছিল লিওনাৰ্ডো দ্যা ভিঞ্চি।

Read More
অনুবাদকবিতা

যদি ইতিহাস সলাই দিয়া (মূল : আদম গোণ্ডবী; অনুবাদ : মুনমুন সৰকাৰ)

যদি কিছু সংখ্যক ইতিহাস প্ৰসিদ্ধ লেখা সলাই দিয়া তুমি কি ভাবিছা, এনেদৰে জনতাৰ ভাগ্য সলনি কৰি দিবা? জায়সৰ পৰা হিন্দীৰ

Read More
অনুবাদকবিতা

নেৰুডাৰ কবিতা (মূল: পাবলো নেৰুডা; অনুবাদ: কিশোৰ কুমাৰ দাস)

১ বয়সৰ মালিতা বয়সক মই বিশ্বাস নকৰোঁ সৰু বুঢ়া মানুহবোৰে কঢ়িয়াই ফুৰে দুচকুত এক শিশু আৰু শিশুয়ে সময়ত নিৰীক্ষণ কৰে

Read More
অনুবাদকবিতা

ময়েই সেই ছোৱালীজনী (মূল: শুভ দাশগুপ্ত; ভাবানুবাদ: চয়নিকা চাংমাই)

ময়েই সেই ছোৱালীজনীবাছত, ৰেলত, ৰাস্তাত আপুনি যাক সদায় দেখেযাৰ শাৰী, কঁপালৰ ফোঁট, কাণফুলি আৰু ভৰিৰ সৰুগাঁঠিআপুনি সদায় দেখে।আৰুআৰু বহুত কিবাকিবি

Read More
অনুবাদকবিতানিবন্ধ

পাবলো নেৰুডাৰ পাঁচটা কবিতা (অনুবাদ :: অৰুণ কুমাৰ শৰ্মা)

কাব্যকৃতী(Ars poetica) এপিনে ছায়া আনপিনে অনন্ত ব্যাপ্তি,ইফালে গাভৰুৰ জাক সিফালে দুৰ্গৰ প্রহৰীমাজত থিতাপি লোৱা আজৱ হৃদয়আৰু সৰ্বনাশী স্বপ্নবোৰেহঠাৎ ধাৰণ কৰে

Read More
গল্প-কবিতা

কাৰোৱেই মৃত্যু নহয় (মূল: আলফ্ৰেড লৰ্ড টেনিচন; ভাবানুবাদ: যশোৱন্ত নিপুণ)

(Alfred Lord Tennyson-ৰ Nothing Will Die-ৰ ভাবানুবাদ) কেতিয়া বাৰু জুৰিটি বৈ যাবলৈ ভাগৰি পৰিব মোৰ দুচকুত? কেতিয়া বাৰু বতাহজাক বলিবলৈ

Read More
গল্প-কবিতা

উভতি যাওঁ (মূল: দাউদ হাইদৰ; অসমীয়া ভাষান্তৰ: খগেশ সেন ডেকা)

মৃতসকলৰ চকুবোৰ পুনৰ বিজুলী বাতিৰ দৰে তিৰবিৰাই উঠিল               সন্ধিয়া সাত বজাৰ পাছত কবৰস্তানত—

Read More
অনুবাদকবিতা

চোৰ-(মূলঃ মঃ আজহাৰ ছিদ্দিকী,অনুঃ বিতোপন গগৈ)

চোৰৰ দুটা প্ৰকাৰ আছেঃসাধাৰণ চোৰ আৰু ৰাজনৈতিক চোৰ। সাধাৰণ চোৰঃআপোনাৰ যিকোনো বয়-বস্তুআপোনাৰ টকাৰ মোনাআপোনাৰ হাতৰ ঘড়ীআপোনাৰ মোবাইলআদি কাঢ়ি লৈ যায়।

Read More