দেশখোৱা – অচ্যুৎ মাধৱ দাস
চৰাইৰ মাতত ৰাতি পুৱাব বুলি ভাবি থাকোঁতেই দেশখোৱা আহি ৰাজপাটত বহিল . চৰাইৰ মাতত ৰাতি পুৱাব বুলি ভাবি থাকিয়েই মানুহবোৰৰ
Read Moreচৰাইৰ মাতত ৰাতি পুৱাব বুলি ভাবি থাকোঁতেই দেশখোৱা আহি ৰাজপাটত বহিল . চৰাইৰ মাতত ৰাতি পুৱাব বুলি ভাবি থাকিয়েই মানুহবোৰৰ
Read More১) মাজৰাতি দুৱাৰত গুৰিয়াই সিহঁতেমূৰত বন্দুক থৈ উলিয়াই লৈ যায় ঘৰৰ ডেকা ল’ৰাটোসিহঁতৰ বুটজোতাৰ শব্দত ৰাতিটো কঁপি উঠে মাকজনীয়ে কিবা
Read Moreমানুহজন বজাৰলৈ ওলাই গৈছে।আমি আশাপালি এন্ধাৰত বহি আছোঁ–তেওঁ হয়তো লৈ আহিব দুটিমান চাউল,পাচলি আৰু বুঢ়া দেউতাৰ ঔষধ কি আনিব মানুহজনেকি
Read Moreইয়াত এতিয়াও মানুহ আছেনে ?চোতাল ভৰি গজিছে বিয়নি-সাৱটাকাহিবন কেঁচুমতা চোৰাতৰ হাবিকাহানিতে বন্ধ হ’ল পঁজাৰ পদূলিনিফুট নিতাল শীতৰ জুহাললটকণ লিটিকাইক’তেনো হেৰালটঙীঘৰত
Read Moreআহা আমি কোৱাণ্টামৰ কথা পাতোভালপোৱাৰ কোৱাণ্টাম – ঘৃণাৰ ফ’টন কণাবোৰকহৃদয় তৰংগৰে শুহি লওঁ আহাআৰু বতাহত এৰি দিওঁভালপোৱাৰ তৰংগ – ঘৃণাৰ
Read Moreমোক পৃথিৱীৰ আটাইতকৈ জটিল প্ৰশ্নটো সোধাযাৰ উত্তৰ শালিপথাৰৰ বোকাৰ দৰে কোমল আৰু সম্ভাৱনাময় সৰ্বোত্তম সম্ভাৱনাৰ শ প্ৰশ্ন মোক সোধাযাৰ উত্তৰত
Read Moreকি হ’ব এতিয়ানিৰ্বিচাৰে গুলী বৰ্ষণএজাক ল’ৰাৰ অৰণ্য গমন সেয়েই হ’বধৰ্ষণ, মন্দিৰত গৰুৰ মঙহঅাৰু মছজিদত মদৰ বটলগাঁৱৰ পৰা চহৰলৈ অাহি প্ৰতিষ্ঠাৰ
Read Moreজোঁৰটো জ্বলাবৰ দিনা আমি বহু কথাই পাতিছিলোঁবাঁহৰ চুঙাত আছিল বহু কালৰে কাতৰ হৈ থকা কেঁহেৰাজ বৰণীয়া তেজশলিতাত অভিমান আৰু ক্ষোভৰ
Read More