অসমীয়া কবিতা

গল্প-কবিতা

মাকজনীৰ চিঞৰটো – (ত্ৰিলোচন গগৈ)

১) মাজৰাতি দুৱাৰত গুৰিয়াই সিহঁতেমূৰত বন্দুক থৈ উলিয়াই লৈ যায় ঘৰৰ ডেকা ল’ৰাটোসিহঁতৰ বুটজোতাৰ শব্দত ৰাতিটো কঁপি উঠে মাকজনীয়ে কিবা

Read More
গল্প-কবিতা

আশা -(বিনোদ পোখ্ৰেল)

মানুহজন বজাৰলৈ ওলাই গৈছে।আমি আশাপালি এন্ধাৰত বহি আছোঁ–তেওঁ হয়তো লৈ আহিব দুটিমান চাউল,পাচলি আৰু বুঢ়া দেউতাৰ ঔষধ কি আনিব মানুহজনেকি

Read More
গল্প-কবিতা

আকৌ আহিব, মানুহ-(খগেশ সেন ডেকা)

ইয়াত এতিয়াও মানুহ আছেনে ?চোতাল ভৰি গজিছে বিয়নি-সাৱটাকাহিবন কেঁচুমতা চোৰাতৰ হাবিকাহানিতে বন্ধ হ’ল পঁজাৰ পদূলিনিফুট নিতাল শীতৰ জুহাললটকণ লিটিকাইক’তেনো হেৰালটঙীঘৰত

Read More
গল্প-কবিতা

কোৱাণ্টাম ভালপোৱা – (বিতোপন গগৈ)

আহা আমি কোৱাণ্টামৰ কথা পাতোভালপোৱাৰ কোৱাণ্টাম – ঘৃণাৰ ফ’টন কণাবোৰকহৃদয় তৰংগৰে শুহি লওঁ আহাআৰু বতাহত এৰি দিওঁভালপোৱাৰ তৰংগ – ঘৃণাৰ

Read More
গল্প-কবিতা

প্ৰশ্নপাঠ-(লুইত কিৰণ দাস)

মোক পৃথিৱীৰ আটাইতকৈ জটিল প্ৰশ্নটো সোধাযাৰ উত্তৰ শালিপথাৰৰ বোকাৰ দৰে কোমল আৰু সম্ভাৱনাময় সৰ্বোত্তম সম্ভাৱনাৰ শ প্ৰশ্ন মোক সোধাযাৰ উত্তৰত

Read More
গল্প-কবিতা

কি হ’ব এতিয়া – (কোকিল শইকীয়া)

কি হ’ব এতিয়ানিৰ্বিচাৰে গুলী বৰ্ষণএজাক ল’ৰাৰ অৰণ্য গমন সেয়েই হ’বধৰ্ষণ, মন্দিৰত গৰুৰ মঙহঅাৰু মছজিদত মদৰ বটলগাঁৱৰ পৰা চহৰলৈ অাহি প্ৰতিষ্ঠাৰ

Read More
গল্প-কবিতা

পোষ্ট্ মাৰট্যিছ্ কৰ্ণাৰ – (মমিন বৰা)

জোঁৰটো জ্বলাবৰ দিনা আমি বহু কথাই পাতিছিলোঁবাঁহৰ চুঙাত আছিল বহু কালৰে কাতৰ হৈ থকা কেঁহেৰাজ বৰণীয়া তেজশলিতাত অভিমান আৰু ক্ষোভৰ

Read More