কোলাহল (উপাসনা বৰদলৈ)
গ্ৰীষ্মত শীতৰ অপেক্ষাশীতত বসন্তৰএকাঁজলি ৰ’দত গাভৰু হোৱাচোতালৰ মূৰত সুখৰ গোন্ধ। তই দিয়া এৰীচাদৰগাত মেৰিয়াই বাট চাওঁ,ফৰিংফুটা জোনাকতবহিছ’ চাগে সাধুকথাৰ পোহাৰ
Read Moreগ্ৰীষ্মত শীতৰ অপেক্ষাশীতত বসন্তৰএকাঁজলি ৰ’দত গাভৰু হোৱাচোতালৰ মূৰত সুখৰ গোন্ধ। তই দিয়া এৰীচাদৰগাত মেৰিয়াই বাট চাওঁ,ফৰিংফুটা জোনাকতবহিছ’ চাগে সাধুকথাৰ পোহাৰ
Read Moreজাৰৰ দিনত জাৰৰ শাসন উমহীন ৰাতি ক্ষীণকায় দেহত হাড়লৈকে বিদ্ৰোহ শীতৰ অবিৰাম শোষণৰ বুকুৰ জুইৰ প্ৰচণ্ড উত্তাপ বিশাল বিষ্ফোৰণ লেলিহান
Read Moreআটোলটোল এবাহ মৌত বিয়পিছে বনৰীয়া ফুল। ডৰিকণা চকু জলক তলক পানীপতাত জলমণি ভৰপক স্বসন্মোহত জুবুৰিয়াই থোৱা জুইকুৰাই বুকুফালি দৌৰিলে। কোনপিনে?
Read More(উৎসৰ্গ : ড০ হীৰেন গোহাঁই ছাৰৰ হাতত শ্ৰদ্ধাৰে) বন্ধু ! এয়া চোৱাঁ মোৰ কলমেৰে কিদৰে নিগৰিছে হৃৎপিণ্ডৰ সেউজীয়া শ্বাস, টগবগ্
Read Moreইয়াত এতিয়াও মানুহ আছেনে ? চোতাল ভৰি গজিছে বিয়নি-সাৱটা কাহিবন কেঁচুমতা চোৰাতৰ হাবি কাহানিতে বন্ধ হ’ল পঁজাৰ পদূলি নিফুট নিতাল
Read Moreকি আছিল বকুলৰ সিপাৰে? কথাৰ বেথা নে ভৰিত আঁক খোৱা চিয়াহীৰ চেকা? ৰ’ম ৰ’মকৈ মানুহলৈ ৰোৱা নহয়। ক’ম ক’মকৈ সাধুবোৰ
Read Moreটগবগাই টগবগাই ইপাৰ সিপাৰ নমনা যৌৱনৰ ভৰা নদীয়েদি উজাই যাওঁতে ক’ৰ পৰা জানো ৰাষ্ট্ৰ নামৰ বকাসুৰটোৱে জ্বলন্ত অগ্নিপিণ্ডত মা-দেউতাৰ ঘৰটো
Read Moreমোৰ চহৰখনত যেতিয়া জুই লাগে মই চহৰৰ বাহিৰলৈ দৌৰ মাৰোঁ তেতিয়া চহৰ প্ৰান্ত পাওঁতেই দেখো ভিৰত পদপিষ্ট হৈ পৰিছে মানুহ
Read More