অসমীয়া কবিতা

গল্প-কবিতা

ডেউকাত পোহৰ (কৌশিক দাস)

পুৱাৰ কোমল ৰ’দত উজলিছে ঘৰটো, পদূলিত মানুহৰ জুম।ইমানদিনৰ অন্তঃপুৰবাসিনী মানুহজনী হেনোবাহিৰলৈ ওলাব বতাহত কঁপি উঠিল খিৰিকীৰ গধুৰ পৰ্দা। ছঁয়াময়াকৈ দেখিলোঁ

Read More
গল্প-কবিতা

শীত: এটা ৰাজনৈতিক পদ্য-(কুলেন দাস)

ধানৰ পাতে কটা হাততশীতৰ দবনা-দবনি কোবজুহালত দি সেকিছোঁ ধোঁৱাই খুঁচি অনা লোতকেৰেমচিব নোৱাৰি শোকৰ উহ পোৰা মাংসৰ গোন্ধতকালিকা লগা ৰাতিকএতিয়াও

Read More
গল্প-কবিতা

এজাক শ্মশানমুখী পক্ষী- (অংকুৰ জ্যোতি বুঢ়াগোহাঁই)

নিশাৰ নৈখনতজলকুঁৱৰীৰ উচুপনি, এন্ধাৰৰ সুযোগ লৈউজাই আহিছেশামুকৰ খোলা পিন্ধা বণিক। আমি উদিত সূৰ্যৰ দেশৰতামৰঙী মানুহ,নক’লেও বুজোঁক্ষুধাৰ্ত জেঠীৰ দৰেচোপ লৈ থকাএন্ধাৰৰ

Read More
গল্প-কবিতা

কচৰৎ-(অনুপমা ভূঞা অধিকাৰী)

চুই চাওঁ আহাঁ পৰস্পৰৰ বুকুকিমান কোলাহল হ’লেঅকলশৰীয়া অনুভৱ হয়অথবা কিমান নিসংগতাতমুখৰ হয় বুকুৰ কোলাহল আহাঁ আমি লুকাই চুৰকৈইজনে সিজনৰ ভিতৰলৈ

Read More
গল্প-কবিতা

বৃক্ষ- (অনামিকা শৰ্মা)

তোৰ ছাঁতেই জিৰাই মোৰঘৰ্মাক্ত দেহৰ কলিজাৰ স্পন্দনহে বৃক্ষ!হাজাৰ বছৰৰ সাক্ষী তোৰ এই মেট-মৰা দেহাতমানৱতাৰ নিষ্ঠুৰ আঘাত।ক্ষত বিক্ষত শৰীৰত আজিদা, কুঠাৰ,

Read More
গল্প-কবিতা

বিষ্ণু ৰাভা, বৰজোপাৰ শিপাত মুখ থৈ তুমি- (অনিতা গগৈ)

সোঁতত বুকু কাটি উৰি গ’লশিল চৰাই এজাক.ঠোঁটত ফুলিছেৰঙা জবা . নদীৰ আঙুলিবোৰ শংখ তেজত তিতা সূৰ্যৰ ঘোঁৰা .কলহে কলহে হলাহল

Read More
গল্প-কবিতা

চিনাকি বাটটোৰে গুচি গ’ল এটা কবিতা – (খগেশ সেন ডেকা)

(হীৰু দাৰ স্মৃতিত) চিনাকি বাটটোৰে গুচি গ’ল এটা কবিতাখহি পৰিল এক পুৰুষৰ পৰা আনটো পুৰুষলৈ বুলিকান্ধত বৈ ফুৰা মেটমৰা শব্দৰ

Read More