Author: ‘মুক্ত চিন্তা’ৰ কৰ্মদল

৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাঅনুবাদগল্পষষ্ঠ বছৰ

পৰুৱা (মূল: পিঁপড়া : হুমায়ূন আহমেদ; অনুবাদ: মুনমুন সৰকাৰ শইকীয়া)

আপোনাৰ বেমাৰটোনো কি‌ কওক। বেমাৰীয়ে একো নক’লে, কাষতে বহি থকা লগৰজনৰ পিনে চালে। ডক্টৰ নুৰুল আফছাৰ, এম. আৰ. ছি. পি.

Read More
বিবিধ চিন্তা

হতভগীয়া ভগনীয়াৰ কথাৰে (চিৰঞ্জিৎ দত্ত)

(১) ৰিচাৰ্ড এটেনব’ৰৰ ‘গান্ধী’ আমাৰ সৰু কালৰ কথা। স্বাধীনতা দিৱস অথৱা গণতন্ত্ৰ দিৱসৰ দিনা দূৰদৰ্শন যোগে  ৰিচাৰ্ড এটেনব’ৰৰ ‘গান্ধী’ নামৰ

Read More
৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

মূলাগাভৰু গাৰ্লছ হোষ্টেলত নিশাৰ আৰ্দ্ৰতা (দীপালি দেৱী চৌধুৰী)

সন্ধিয়াৰ দোমোজাত কাণিমুনি পৰত ৰুম নম্বৰ সাতৰ পৰা এটা বিকট চিঞৰ ভাঁহি আহিল৷ চিঞৰটো কাৰ কোনেও ধৰিব নোৱাৰিলে৷ ছেমেষ্টাৰ পৰীক্ষা

Read More
অনুবাদকবিতা

তৃতীয় স্তম্ভ (মূল: অজয় সিং; অনুবাদ: মাধুৰ্য্য ফুকন)

স্থাপন কৰা হৈছিল গণতন্ত্ৰৰ চাৰিটা স্তম্ভ। কাৰ্যপালিকা,আইন পালিকা, ন্যায়পালিকা, সংবাদ মাধ্যম একেজাক ধুমুহাতে তচনচ হৈ গ’ল আজি প্ৰথম স্তম্ভগণ কোৱাচোন

Read More
কেন্দ্ৰীয় নিবন্ধ

সাধু সাধু সাধু খাই কঁঠালৰ বাদু-৪ (নাৰী স্বাধীনতাৰ সাধু) (ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ)

‘Human beings are born free and equal…’ মানুহ জন্মসূত্ৰে মুক্ত এইটো যে এটা মজাৰ সাধু সেয়া ইতিমধ্যে আলোচনা কৰিছো। এতিয়া

Read More
কেন্দ্ৰীয় নিবন্ধ

মনুস্মৃতিত ব্ৰাহ্মণ, নাৰী আৰু শূদ্ৰৰ স্থান (প্ৰথম খণ্ড) (ৰঞ্জন ভূঞা)

ভূমিকা ভাৰতৰ সংবিধানে দেশৰ সকলো মানুহকে সমান অধিকাৰ দিছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেই অধিকাৰ ভোগ কৰাৰ সুবিধা সকলো নাগৰিকৰে

Read More
৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

অপ্ৰাপ্তি-প্ৰাপ্তি (মানসী হাজৰিকা)

“ক’লী, ঐ ক’লী”—- পিছফালৰ পৰা কোনোবাই ৰিঙিয়াই মতা যেন শুনি তাই অকণমান অস্বস্তিত পৰিল। ঠিক অংকৰ চন্দ্ৰেশ্বৰ শৰ্মা ছাৰে গৰম

Read More
অনুবাদকবিতা

মই জানো সজাত বন্দী চৰাইটিয়ে কিয় গায় (মূল: মায়া এঞ্জেলোউ; অনুবাদ: যশোৱন্ত নিপুণ)

মুক্ত চৰাইটিয়ে বতাহৰবুকুত জপিয়ায়আৰু উটি যায়সোঁতৰ শেষলৈকেআৰু সূৰ্য্যৰ কমলা কিৰণততাৰ ডেউকা জুবুৰিয়ায়আৰু আকাশখন নিজৰ কৰিব খোজে কিন্তু এটি চৰাই যিয়ে

Read More