বিচ্ছেদ- (ত্ৰিলোচন গগৈ)
জোনৰ সৈতে কথা পাতি আছিলোঁ।
বেজী এটা খুজিছিলোঁ।
মোনা এটা চিলাইছিলোঁ।
তুমি কৈছিলা। আমি তাত ধন ভৰাম।
চালত নতুন টিনপাত লগাম।
উৰুখা চালৰ সিপাৰে থকা জোনজনীৰ দুচকু সেমেকি উঠিছিল। ডাৱৰত মিলিছিল। তোমাৰ মুখখন জোন হৈ জিলিকিছিল।

সাংঘাতিক ভাল লাগিল কবিতাটি পঢ়ি
ধন্যবাদ জনালোঁ৷
Khub dhunia lagil sir kobitati
ধন্যবাদ জনালোঁ৷