এজন বুঢ়া—ভাৰাভাৰা ৰাও (মূলঃ হূবনাথ পাণ্ডে। অনুবাদঃ বিতোপন গগৈ)
এজন বুঢ়া দুবছৰৰ পৰা কাৰাৰুদ্ধ জামিন নামঞ্জুৰ প্ৰতি বাৰে, বাৰে বাৰে এজন ৰুগীয়া বুঢ়া চৰকাৰী চিকিৎসালয়ত নিজৰ স্মৃতিশক্তি হেৰুৱাই আশী
Read Moreএজন বুঢ়া দুবছৰৰ পৰা কাৰাৰুদ্ধ জামিন নামঞ্জুৰ প্ৰতি বাৰে, বাৰে বাৰে এজন ৰুগীয়া বুঢ়া চৰকাৰী চিকিৎসালয়ত নিজৰ স্মৃতিশক্তি হেৰুৱাই আশী
Read More[কেৱল এগৰাকী যশস্বিনী লেখিকাই নহয়, বেগম ৰোকেয়া (১৮৮০-১৯৩২) এগৰাকী মেধাসম্পন্ন মহিলা হিচাপেও নাৰীবাদী ইতিহাসত প্রসিদ্ধ। নাৰীৰ প্ৰগতিৰ কাৰণে অহৰহ চিন্তা-চৰ্চাক
Read Moreআপোনাৰ বেমাৰটোনো কি কওক। বেমাৰীয়ে একো নক’লে, কাষতে বহি থকা লগৰজনৰ পিনে চালে। ডক্টৰ নুৰুল আফছাৰ, এম. আৰ. ছি. পি.
Read Moreস্থাপন কৰা হৈছিল গণতন্ত্ৰৰ চাৰিটা স্তম্ভ। কাৰ্যপালিকা,আইন পালিকা, ন্যায়পালিকা, সংবাদ মাধ্যম একেজাক ধুমুহাতে তচনচ হৈ গ’ল আজি প্ৰথম স্তম্ভগণ কোৱাচোন
Read Moreমুক্ত চৰাইটিয়ে বতাহৰবুকুত জপিয়ায়আৰু উটি যায়সোঁতৰ শেষলৈকেআৰু সূৰ্য্যৰ কমলা কিৰণততাৰ ডেউকা জুবুৰিয়ায়আৰু আকাশখন নিজৰ কৰিব খোজে কিন্তু এটি চৰাই যিয়ে
Read Moreসিদিনা ৰাতিপুৱা প্ৰশান্তই নতুন লেখা এটা আৰম্ভ কৰি গভীৰ মনোযোগেৰে কলম চলাই গৈছিল। এনেতে বাহিৰৰ কোনো এখন সৰু চহৰৰ পৰা
Read Moreঅনুবাদকৰ টোকা : য়েহুদা এমিচাই (Yehuda Amichai, ১৯২৪–২০০০) ইজৰাইলৰ এজন প্ৰসিদ্ধ কবি। ১৯৪৮ চনৰ আৰব–ইজৰাইল যুদ্ধত (যাক ইহুদী ৰাষ্ট্ৰ হিচাপে
Read More(লিখকৰ পৰিচয় – ১৮৯১ চনত কেনিয়াৰ প্ৰথম প্ৰধান মন্ত্ৰী জ’ম’ কেনিয়াটাৰ জন্ম হয়। কিকুউ উপজাতিৰ লোক কেনিয়াটায়ে নিজ উপজাতিৰ বিভিন্ন
Read More