অনুবাদ

অনুবাদকবিতা

বিজ্ঞানত মই দহ পাইছোঁ (মূল: প্ৰণব ঘোষ, অনুবাদ: ৰুমা অধিকাৰী)

বিজ্ঞানত মই দহ পাইছোঁ, মাথো দহপ্ৰশ্নবোৰ টান নাছিল, উত্তৰবোৰো জনাভাগ্য মোৰ প্ৰসন্ন নাছিল; গৈ পাওঁতেই হ’ল পলম৷নহ’লে ; মই জানো

Read More
অনুবাদকবিতা

ঘৃণাৰ প্ৰভাৱ (মূলঃ সাগৰ খৈয়ামী; অনুবাদঃ বিতোপন গগৈ)

ঘৃণাৰ প্ৰভাৱ চোৱাজন্তুৰো ভাগ হৈ গ’লগাই হিন্দু আৰুছাগলী মুছলমান হৈ গ’ল মন্দিৰলৈ গৈ হিন্দু দেখিলোমছজিদত দেখিলো মুছলমানসন্ধ্যা যেতিয়া মদিৰালয়লৈ গ’লোতাতহে

Read More
অনুবাদকবিতা

লৰালৰি- (মূল হিন্দী: দ্যুশ্মন্ত, অনুবাদ: সুজাতা হাতীবৰুৱা)

আমাৰ লৰালৰি জিকিবৰআমাৰ লৰালৰি ভাল-বেয়া ঠিক কৰাৰআমাৰ লৰালৰি বিখ্যাত হোৱাৰআমাৰ লৰালৰি প্ৰতিস্থাপিত হোৱাৰআমাৰ লৰালৰি প্ৰতিস্থাপন কৰাৰআমাৰ লৰালৰি ঘটনাৰ গুৰি গৈ

Read More
অনুবাদকবিতা

নীৰেন্দ্রনাথ চক্রবর্তীৰ দুটা কবিতা (অনুবাদ: কৌশিক দাস)

(মূল : “সূর্যাস্তের পর”) বেলি ডুব যোৱাৰ পাছত হাঁহিৰ কোবত সিহঁতৰ মুখৰ ছালবোৰ কোঁচ খাই গ’ল, গালৰ মঙহ কঁপিবলৈ ধৰিলে,

Read More
অনুবাদকবিতা

তুমি চাবাচোন-(মূল: নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, অনুবাদ: ৰুমা অধিকাৰী)

এপদ দুপদ কৈ সকলো সজাই ল’ম, তুমি চাবাচোন ঘৰ-দুৱাৰ খাট-পাম চোতালত লাউগছৰ হেঁদালি-চাং খিৰিকিৰ কাষেৰে বগাই যোৱা যূতি ফুলৰ লতা-

Read More
অনুবাদকবিতা

দুৰ্ভাগা দেশ-(মূল: ৰবীন্দ্ৰ নাথ ঠাকুৰ, অনুবাদ: মাইনুদ্দিন)

হে মোৰ দুৰ্ভগীয়া দেশ, যিসকলক কৰিছা অপমান অপমান হ’ব লাগিব সেইসকলৰ সমান মানুহৰ অধিকাৰ বঞ্চিত কৰিছা যাক সন্মুখত থিয় হৈ

Read More
অনুবাদকবিতা

পাহাৰৰ শৃংগত (মূল: সুনীল গঙ্গোপাধ্যায়। অনুবাদ: ‍কৌশিক দাস)

মুক্ত চিন্তা, ৩য় বছৰ, ৩য় সংখ্যা বহুদিনৰ পৰাই মোৰ এখন পাহাৰ কিনাৰ চখ্‌। কিন্তু পাহাৰ কোনে বিক্ৰী কৰে সেইটো নাজানোঁ।

Read More
অনুবাদগল্প

খ্ৰিষ্টমাছৰ সময়ত (মূল ৰুছিয়ান: এণ্টন চেখভ ; ইংৰাজীৰ পৰা অনুবাদ: বসন্ত কুমাৰ বৰা)

মুক্ত চিন্তা, ৩য় বছৰ, ২য় সংখ্যা [অনুবাদকৰ টোকা: ১৯০০ চনত এণ্টন চেখভে লিখা ‘At Christmas Time’ নামৰ গল্পটোত দুজন চহা,

Read More