বিজ্ঞানত মই দহ পাইছোঁ (মূল: প্ৰণব ঘোষ, অনুবাদ: ৰুমা অধিকাৰী)
বিজ্ঞানত মই দহ পাইছোঁ, মাথো দহপ্ৰশ্নবোৰ টান নাছিল, উত্তৰবোৰো জনাভাগ্য মোৰ প্ৰসন্ন নাছিল; গৈ পাওঁতেই হ’ল পলম৷নহ’লে ; মই জানো
Read Moreবিজ্ঞানত মই দহ পাইছোঁ, মাথো দহপ্ৰশ্নবোৰ টান নাছিল, উত্তৰবোৰো জনাভাগ্য মোৰ প্ৰসন্ন নাছিল; গৈ পাওঁতেই হ’ল পলম৷নহ’লে ; মই জানো
Read Moreঘৃণাৰ প্ৰভাৱ চোৱাজন্তুৰো ভাগ হৈ গ’লগাই হিন্দু আৰুছাগলী মুছলমান হৈ গ’ল মন্দিৰলৈ গৈ হিন্দু দেখিলোমছজিদত দেখিলো মুছলমানসন্ধ্যা যেতিয়া মদিৰালয়লৈ গ’লোতাতহে
Read Moreআমাৰ লৰালৰি জিকিবৰআমাৰ লৰালৰি ভাল-বেয়া ঠিক কৰাৰআমাৰ লৰালৰি বিখ্যাত হোৱাৰআমাৰ লৰালৰি প্ৰতিস্থাপিত হোৱাৰআমাৰ লৰালৰি প্ৰতিস্থাপন কৰাৰআমাৰ লৰালৰি ঘটনাৰ গুৰি গৈ
Read More(মূল : “সূর্যাস্তের পর”) বেলি ডুব যোৱাৰ পাছত হাঁহিৰ কোবত সিহঁতৰ মুখৰ ছালবোৰ কোঁচ খাই গ’ল, গালৰ মঙহ কঁপিবলৈ ধৰিলে,
Read Moreএপদ দুপদ কৈ সকলো সজাই ল’ম, তুমি চাবাচোন ঘৰ-দুৱাৰ খাট-পাম চোতালত লাউগছৰ হেঁদালি-চাং খিৰিকিৰ কাষেৰে বগাই যোৱা যূতি ফুলৰ লতা-
Read Moreহে মোৰ দুৰ্ভগীয়া দেশ, যিসকলক কৰিছা অপমান অপমান হ’ব লাগিব সেইসকলৰ সমান মানুহৰ অধিকাৰ বঞ্চিত কৰিছা যাক সন্মুখত থিয় হৈ
Read Moreমুক্ত চিন্তা, ৩য় বছৰ, ৩য় সংখ্যা বহুদিনৰ পৰাই মোৰ এখন পাহাৰ কিনাৰ চখ্। কিন্তু পাহাৰ কোনে বিক্ৰী কৰে সেইটো নাজানোঁ।
Read Moreমুক্ত চিন্তা, ৩য় বছৰ, ১ম সংখ্যা সকলোকে জ্বলাই কোনো লাভ নাই। তাতকৈ বৰঞ্চ আজন্ম যেনেকৈ জ্বলিছা ঢিমিক ঢামাককৈ, অকলে ,
Read More