শতাব্দীৰ গান।। বিমল কুমাৰ শৰ্মা
শোণিতৰ সেন্দূৰীয়া আলিয়েচৌপাশ জঁয়াল কৰেৰেডক্লিফ গাঢ় হয়বাৰুদৰ ঘ্ৰাণতচেতনা জাগ্ৰত হয়কাৰাগাৰত আহত সৈনিকৰজিজ্ঞাসাই উন্মাদ কৰে কুৰুক্ষেত্ৰবিপৰ্য্যস্ত বাপুজীৰ শীৰ্ণদেহ নিথৰ হয়,মাতাল অনুৰাগত
Read Moreশোণিতৰ সেন্দূৰীয়া আলিয়েচৌপাশ জঁয়াল কৰেৰেডক্লিফ গাঢ় হয়বাৰুদৰ ঘ্ৰাণতচেতনা জাগ্ৰত হয়কাৰাগাৰত আহত সৈনিকৰজিজ্ঞাসাই উন্মাদ কৰে কুৰুক্ষেত্ৰবিপৰ্য্যস্ত বাপুজীৰ শীৰ্ণদেহ নিথৰ হয়,মাতাল অনুৰাগত
Read Moreযেতিয়া উশাহ শেষ হ’ব আক্ষেপ এটাই থাকিব কথাবোৰ যে নহ’ল শেষ বৰষুণৰ দিনত তুমি আছিলা মোৰ ছাতি ৰ’দত ঘাম উৰোৱা
Read Moreবহুত দিনৰ আগতে এখন দেশত এজন ৰজা আছিল৷ বুঢ়ী আইৰ সাধুকথাত বেজবৰুৱাদেৱে কোৱাৰ দৰেই এজন ৰজা, প্ৰবল প্ৰতাপী, উচ্চাকাংক্ষী, কঠোৰ,
Read Moreমুখা এখন পিন্ধি ল’লে জনপ্ৰিয় হ’ব পাৰিলোহাৰ মুখা, ৰূপৰ মুখা, সোণৰ মুখা, হীৰাৰ মুখাবাঁহেৰে চাঁচি-কাটি বাঁহৰ মুখাও সাজি ল’ব পাৰি
Read Moreপ্ৰতিবছৰে ফুলিব খোজা আশাৰ খৰিকাজাঁইক কোন নিধকহঁতে ডিঙি চেপি কৰে হত্যা তাৰ পাই পাই হিচাব আজি ল’বৰ হ’ল। বুজি লোৱা
Read Moreপ্ৰতিদিনেই আৰম্ভ হয় একোটা নতুন বছৰ ভঙা-গঢ়াৰ যুগ-যুগান্তৰ, ইতিহাসৰ নিলিখা আখৰ কলঘৰৰ চকৰিৰ দৰে ঘূৰে মহাকালৰ ঘড়ী ঘাটে ঘাটে দিনলিপি
Read Moreঅগতানুগতিক গল্প এটা লিখাৰ তাগিদাত চৰিত্ৰ আৰু কাহিনী বিচাৰি হাবাথুৰি খাইছোঁ। ক’ৰ পৰা ধাৰ কৰোঁ, কাৰ জীৱনৰ পৰা বুটলি আনোঁ
Read Moreএইটো পূৰ্ণিমাত মাধনৰ বাপেক কোলাই মৰা এবছৰ হ’ব। মাধনে বিমলৰ মিলত পিঠা খুন্দাই আনিছে। মোনাটো কঁকালত বোজাই আনফালে হাওলি গৈছে।
Read More