শিলিখাজোপা আৰু নাই – (মল্লজিৎ চেতিয়া)
ৰেপি ৰেপি কৰতেৰে আবেলিটোক ছেও দিদৈত্যকায় টেক্টৰখনে শিলিখাজোপা লৈ গ’ল ৰৈ গ’ল শিলিখা তলৰ নিৰ্জনতাবিষাদ শৰ হৈ বনৰীয়া বনবোৰক শালি
Read Moreৰেপি ৰেপি কৰতেৰে আবেলিটোক ছেও দিদৈত্যকায় টেক্টৰখনে শিলিখাজোপা লৈ গ’ল ৰৈ গ’ল শিলিখা তলৰ নিৰ্জনতাবিষাদ শৰ হৈ বনৰীয়া বনবোৰক শালি
Read More(১)পঞ্চাছ কিলোগ্ৰামৰ সৌন্দৰ্য্যবোধআৰু নব্বৈ কিলোগ্ৰামৰ অপৰাধএকেখনেই হৃদয় : নাকান্দে- তেজ কঢ়িয়াইঅপৰাধে বগা টুপী পিন্ধে (২)জটিল আপেক্ষিক ধাৰণাবোৰ সৰলীকৰণৰ সূত্ৰত বন্ধসান্ত্বনা
Read Moreফুলবোৰ জ্বলাই দিয়াজুইবোৰ নুমাই দিয়া মৃত্যু শিল হেন, পানী হেন মৃত্যুএখন বগা চাদৰেৰে মৃত্যুক ঢাকি থ’ব নোৱাৰিছাইবোৰ ৰৈ যায়, তুমি
Read Moreমই সাৰে আছোঁ- সাক্ষী আছে বাৰিষাৰ অবিৰত টোপালবোৰ- ক’ত বাৰু তুমি- আৱদ্ধ? ……আৰু সপোনবোৰ … এতিয়াও আছেনে নিতুল সেউজীয়া অথবা তেজাল ৰঙা।
Read Moreসোঁৱে বাঁৱে জাকপাতি ছাঁ এজাক ঘূৰি আছে তোক মই খেপিয়াই চাওঁতে তেজলগা চোলা এটা পাইছোঁ -দুপৰ নিশা ঢপলিয়াই ফুৰোঁতে মই
Read Moreঘৰ-চিৰিকাৰ মঙহেৰে বৰসবাহ পাতিমানুহজাক গ’লগৈ,মোক দি থৈ গ’ল ছিনা-জোকে বটিয়াই দিয়া এটৌ মান কিহবাৰ তেজ …সেইসোপা উতলাই খাবলৈ বনচোমৰ শুকান ডাল
Read Moreএন্ধাৰ আহিলেগছৰ ধোন্দত চুপি থাকেডাইল সৰীসৃপগা মূৰ কোটালি ওলাই আহেনিশাচৰী জীৱতহিলং কৰি ফুৰেহাবি বনপিত পাত কৰি বিচাৰি চায়গীতাল পখীৰ খোৰোংআঁচুৰি
Read Moreযে এই জ্বলি থকা অট্টালিকাবোৰ ভাঙি তাত পুহিব লাগে কুকুৰএই ক্ৰোধ, হিংসা আৰু থুবোৰ পেলাই দিব লাগে ৰাজপথতপাহাৰৰ নামনিত সাজিব
Read More