গল্প-কবিতা

সপোন – (হিমাশ্রী শৰণীয়া সূত্রধৰ)

ওলমি ৰৈছে ৰুদ্ধ ঘৰৰ খিৰিকীত আমাৰ শুকান কলিজা 

দেখিছোঁ
সংগ্ৰামী কবিৰ কলমৰ
ধুমুহা
বৰষুণ
বানত উটি যোৱা এজাক ক’লা পিপৰা ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *