আৰ্ট গেলাৰী : তুলিকাৰ টানত ভূপেন হাজৰিকা ।। মুকুল গগৈ
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা

শীতৰে সেমেকা ৰাতি
(Medium: Etching Size: 10-8 inch)
মই দেখিছোঁ অনেক গগণচূম্বী অট্টালিকাৰ শাৰী / তাৰ ছাঁতেই দেখিছোঁ কতনা গৃহহীন নৰ-নাৰী
(Medium: Acrylic Size: 30-20inch)
জোনাকৰে ৰাতি
(Medium: Acrylic Size: 25-18inch)
