গল্প-কবিতা

বাঁহীৰ সুৰে তোমালৈ ।। অৰুণ কুমাৰ গোস্বামী

মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা

বাঁহীৰ সুৰে তোমালৈ আনে
বৰষুণৰ শব্দজাক

জোনাকৰ হাতত শিপাইছিল
গৰখীয়া গান
দু:সময়ৰ জীৱন

ক্ৰমশ : পথাৰখনত
থান-বান হোৱা শব্দৰ পোহৰ

প্ৰেমৰ কবিতাত
মোৰ হৃদয় চোতালত
পাকঘূৰণি খাইছে
ৰ’দত ছটফটাই এখন পৃথিৱী ……

Leave a Reply

Your email address will not be published. Required fields are marked *