কাকো কথা দিব পৰা নাই (লুইত কিৰণ দাস)
যে এই জ্বলি থকা অট্টালিকাবোৰ ভাঙি তাত পুহিব লাগে কুকুৰএই ক্ৰোধ, হিংসা আৰু থুবোৰ পেলাই দিব লাগে ৰাজপথতপাহাৰৰ নামনিত সাজিব
Read Moreযে এই জ্বলি থকা অট্টালিকাবোৰ ভাঙি তাত পুহিব লাগে কুকুৰএই ক্ৰোধ, হিংসা আৰু থুবোৰ পেলাই দিব লাগে ৰাজপথতপাহাৰৰ নামনিত সাজিব
Read More১ কুলছুমাক চোঁচৰাই নিয়াৰ দিন ধৰি মই শিল এছটা হৈ বহি আছোঁ কুলছুমাক লঠিয়াই মৰাৰ দিন ধৰি মই শিল এছটা
Read Moreলোহিত ৰক্ত কণিকাৰ অভাৱত গাঁওবোৰৰ লিউকেমিয়া কেম’থেৰাপিৰ ৰঞ্জন ৰশ্মিত গৰুৰ ডিঙিত নোলমিল তৰালিৰ পঘা এই যে ধোঁৱাচাঙৰ তাঁতশালত মাকোৰ উচুপনি
Read Moreউচ্চতাৰ শিখৰ হোৱাৰ আগত হিমালয় এদিন সাগৰ আছিল সাগৰখন আছিল কেঁচুৱাসদৃশ মৃতকৰ বিছনাত মৃত্যুৰো মৃত্যু হোৱাৰ দৰে হিমালয়ৰ বেদনাত হেৰাই
Read Moreমেলি ৰোৱা চকুহাল মোৰ হাতত তুলি দি মানুহজনে শেষ ইচ্ছাটোৰ কথা ক’লে- চকুহাল জপাই নিদিবা আৰু এটা প্ৰশ্নবোধক হৈ তেওঁ
Read More১ বয়স পৰিল, নুবুজোঁ নতুন যুগৰ নতুন ঢং, আশীবছৰীয়া আইতাও ওলায় সানিহে মুখত ৰং, দামী ফ’ন হাতে হাতে টিপি ফুৰে
Read More(১) মোৰ সৰু কোঠাটোৰ একমাত্ৰ খিৰিকীখনৰ সিপাৰে থিয় পাহাৰ এটা আছে কুঁৱলীত আধাফাল ঢাক খাই থকা পাহাৰটোৰ সিপাৰে কি আছে
Read More(১) বিন্দু হোৱা হ’লে কেন্দ্রত স্থিতি লৈ আঁকিলোঁহেতেন এটা বৃত্ত পৃথিৱীৰ দৰে . সেই হুমুনিয়াহবোৰৰ বাবে যিবোৰ পানীমেটেকাৰ দৰে ভাঁহে
Read More