কাৰ্ল মাৰ্ক্সৰ সোঁৱৰণত (অৰুণ কুমাৰ শৰ্মা)
সুবিশাল সেই মানুহজন যদিও মগন চিৰনিদ্ৰাত চিৰজাগ্ৰত তেওঁৰ অমৰ গ্ৰন্থ, নিষ্পেষিত, শোষিতজনৰ জীৱন দৰ্শন ডাচ্ কেপিটেল। অতন্দ্ৰ প্ৰহৰীৰ দৰে শোষকৰ
Read Moreসুবিশাল সেই মানুহজন যদিও মগন চিৰনিদ্ৰাত চিৰজাগ্ৰত তেওঁৰ অমৰ গ্ৰন্থ, নিষ্পেষিত, শোষিতজনৰ জীৱন দৰ্শন ডাচ্ কেপিটেল। অতন্দ্ৰ প্ৰহৰীৰ দৰে শোষকৰ
Read Moreগ্ৰীষ্মত শীতৰ অপেক্ষাশীতত বসন্তৰএকাঁজলি ৰ’দত গাভৰু হোৱাচোতালৰ মূৰত সুখৰ গোন্ধ। তই দিয়া এৰীচাদৰগাত মেৰিয়াই বাট চাওঁ,ফৰিংফুটা জোনাকতবহিছ’ চাগে সাধুকথাৰ পোহাৰ
Read Moreজাৰৰ দিনত জাৰৰ শাসন উমহীন ৰাতি ক্ষীণকায় দেহত হাড়লৈকে বিদ্ৰোহ শীতৰ অবিৰাম শোষণৰ বুকুৰ জুইৰ প্ৰচণ্ড উত্তাপ বিশাল বিষ্ফোৰণ লেলিহান
Read Moreআটোলটোল এবাহ মৌত বিয়পিছে বনৰীয়া ফুল। ডৰিকণা চকু জলক তলক পানীপতাত জলমণি ভৰপক স্বসন্মোহত জুবুৰিয়াই থোৱা জুইকুৰাই বুকুফালি দৌৰিলে। কোনপিনে?
Read Moreযুগে যুগে মানুহে আশা কৰাৰ দৰে আজিও ভাবিছিল এমুঠি জোনৰ আবীৰ সানি মন্ত্ৰমুগ্ধ হৰিণীৰ দৰে নিৰ্ভয়ে উশাহ টানি পান কৰিব
Read Moreখবৰ পাইছেনে? মই হেনো মৰিছোঁ! মোৰ মৃত্যুৰ সংবাদ মই নিজেই পঢ়িছোঁ।মৰিবৰ কাল জানো মোৰ হৈছিল? অকাল মৃত্যুৰ কথা দেখোন মোৰ
Read Moreএজাক দোপালপিটা বৰষুণত তিতিবলৈ বৰকৈ হেঁপাহ জাগিছে। পোৰা আলকেটেৰাৰ চিটিকনিত শৰীৰত জোলা বান্ধিছে, বিৰিখৰ ছাঁত আৰু শীতল নহয় দেহা তাত
Read Moreটেবুলখনৰ ওপৰত অশৃংখলাবদ্ধকৈ থকা কিতাপবোৰৰ জাপটোৰ মাজৰ পৰা আধাখনীয়াকৈ এখন কাগজ ওলাই আছে। কাষত ফুলৰ ডিজাইন অংকিত মেট পেপাৰেৰে নিৰ্মিত
Read More