গল্প-কবিতা

মহাত্মাৰ সান্নিধ্য ।। হাৰকিউলিয়েন বৰ্মন

গৈ গৈ …..
মৰুৰ তপ্ত, তৃষ্ণা, ক্লান্তি পাৰ হৈ
পামনে এখনি নদী তাত
আৰু শ্যামলিমাময় দলিচাৰ কাননখন

পামনে সেই চকুযুৰি
প্ৰেম আৰু মানৱতাৰ
দেখুৱাই দিব তেওঁ
সিপাৰৰ শান্তিৰ নিলয়টিলৈ
শৃংখলা আৰু বেষ্টনী বিহীন
উপচি থাকিব তাত
প্ৰশান্তি প্ৰশান্তি প্ৰশান্তি

Leave a Reply

Your email address will not be published. Required fields are marked *