পিপ'ল্‌ছ ফটোগ্ৰাফি

পিপ’লচ্ ফ’টোগ্ৰাফি – (হেমামণি দাস)

ফটোগ্ৰাফী হৈছে সময়বোৰ ফ্ৰেমত ধৰি ৰখাৰ এক কৌশল।এজন ফটোগ্ৰাফাৰৰ দৃষ্টিভংগী আৰু সৃষ্টিশীল মনৰ নিপুণ পৰশত পোহৰে যেতিয়া ছবি আঁকে তেতিয়া এখন ফটোৰ জন্ম হয়। ফটোৱে আমাক তথ্য আৰু নান্দনিক তৃপ্তি দিয়ে। প্ৰকৃতিৰ বুকুত সদায় দেখি থকা গছ-গছনি, তৰু-তৃণ, জীৱ-জন্তু আদি বোৰ এজন ফটোগ্ৰাফাৰৰ perspective ৰে নতুন ৰূপ পায়। মোৰ সীমিত ব্যৱহাৰিক দক্ষতাৰে তোলা মানুহৰ জীৱনৰ বিশেষ কিছু মুহূৰ্তক তুলি ধৰা কেইখনমান আলোকচিত্ৰ ‘মুক্তচিন্তা’ পিপ’লচ ফটোগ্ৰাফী শিতানলৈ আগবঢ়ালোঁ।

শৈশৱ

স্বাভিমান

সুৰৰ আলয়
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *