Author: ‘মুক্ত চিন্তা’ৰ কৰ্মদল

বিবিধ চিন্তা

মা কামাখ্যা, মাতৃপ্ৰধান সমাজ, অসম আৰু উলংগ বাবা-(ৰক্তিম শৰ্মা)

অম্বুবাচীত আই বসুমতী ৰজঃস্বলা হয় বুলি বিশ্বাস কৰা হয়। বৰষুণে সাওঁতা ধৰে৷ আই বসুমতী চিৰযৌৱনা বাবেই কৰ্ষণৰ পিছত সোণগুটি সিঁচিলে

Read More
অতিথি সম্পাদকৰ চ'ৰাঅষ্টম বছৰ প্ৰথম সংখ্যা

উৎপাদন বৃদ্ধিয়েই খাদ্য সুৰক্ষা নহয়-(অৰূপ শাণ্ডিল্য)

উন্নয়নমূলক কাম-কাজ, কৃষিভূমিৰ শ্ৰেণী পৰিবৰ্তন,লাভজনক নোহোৱা বাবে কৃষিকাৰ্য বাদ দিয়াকে ধৰি বিভিন্ন কাৰকৰ বাবে অসমৰ কৃষিভূমিৰ দ্ৰুত সংকোচন আৰম্ভ হৈছে।অৱশ্যে

Read More
গল্প-কবিতা

নৈখনৰ ফালে যেতিয়াই চাওঁ – (অচ্যুৎ মাধৱ দাস)

বাৰিষাৰ এই ফেনে-ফোটোকাৰে বাঢ়ি অহানৈখনৰ ফালে মই যেতিয়াই চাওঁউটি যোৱা মেটেকাবোৰে মোক হাত মেলি মেলি মাতেমই সিহঁতৰ চকুপানীবোৰ দেখিছোঁসিহঁতে এৰি

Read More
সাক্ষাৎকাৰ

পৰমানন্দ মজুমদাৰৰ সৈতে সাক্ষাৎকাৰ (সাক্ষাৎ গ্ৰহণঃ ভাস্কৰ ভূঞা)

‘মুক্ত চিন্তা’ ই-আলোচনীৰপৰা আপোনাক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ৷ বিগত সময়ছোৱাত আপুনি অসমৰ সাহিত্য জগতলৈ বহুকেইটা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ বিশেষকৈ বিজ্ঞান

Read More
অনুবাদপ্ৰবন্ধ

সকলোবোৰ বেদতে আছে-(মূল: মেঘনাদ সাহা, অনুবাদ: পৰাগ দাহাল)

(অনুবাদকৰ টোকা: আধুনিক প্ৰাকৃতিক বিজ্ঞানচৰ্চাৰ জগতখনত যিসকল ক্ষণজন্মা ব্যক্তিক লৈ ভাৰতে গৌৰৱ কৰে, বৈজ্ঞানিক মেঘনাদ সাহা (১৮৯৩-১৯৫৬) তাৰে এজন; তেওঁৰ

Read More
শিল্প-কলা-সংস্কৃতি

শিল্পকলাই মানুহক কি দিয়ে (অজিত শইকীয়া)

মানুহে কৰা সৃষ্টিমূলক কামবিলাকৰ ভিতৰত শিল্পকলা অন্যতম। ইয়াত শিল্পকলা বোলোতে কেৱল চিত্ৰ-ভাস্কৰ্যৰ বিষয়েহে আলোচনা কৰা হ’ব। শিল্পকলাৰ এক সুদীৰ্ঘ ইতিহাস

Read More
বিশ্বাস-অবিশ্বাস

বিজ্ঞানমনস্কতা আৰু আধ্যাত্মিকতা (অঞ্জন শইকীয়া)

বিজ্ঞান আৰু আধ্যাত্মিকতা দুয়োটা আমাৰ সমাজ তথা জনমানসত প্ৰতিষ্ঠিত বিষয়। বিজ্ঞান এক বিশাল বিষয়, আধ্যাত্মিকতাৰ পৰিসৰো বহল। বিজ্ঞানৰ আৰু আধ্যাত্মিকতাৰ

Read More