কবিতা

অনুবাদকবিতা

ফিডেলৰ বাবে এটা গান- (মূলঃ আৰ্নেষ্ট’ চে গুৱেভাৰা অনুঃ বিতোপন গগৈ)

তুমি কৈছিলাসূৰ্য এদিন উদয় হ’বআহা আমি আগবাঢ়োমানচিত্ৰত নথকা সেই পথেৰেসেই সেউজীয়া ঘৰিয়ালটোক মুক্ত কৰোগৈযাক তুমি ভালপোৱা আহা আমি আগবাঢ়োসকলো উপলুঙা

Read More
অনুবাদকবিতা

জৰ্ডানে মোক পতিয়ন নিয়াইছিল যে পেডবোৰ বিৰক্তিকৰ – (মূল: অলিভিয়া গে’টউড, অনুবাদ: মুনমুন সৰকাৰ)

পেডে তোমাৰ অন্তৰ্বাসক দুৰ্গন্ধময় কৰি তোলে ঠিক লেতেৰা বাইকৰ চেইনৰ দৰে। আমি দুয়ো তাইৰ মাকৰ প্লাষ্টিকেৰে আবৃত ফুলাম আৰামী চকীত

Read More
অনুবাদকবিতা

মানৱতাৰ পাঠ-(মূল-শতৰূপা সান্যাল, অনুবাদ: ৰুমা অধিকাৰী)

তেজ হেনো পানীতকৈও ডাঠ?সঁচা নহয় এয়া, কেতিয়াও হ’ব নোৱাৰে৷যদি সেয়াই হয়, মোৰ ভাই-ভনীহঁত তেতিয়াহ’লেইজনে আনজনৰ শতৰু কিয় হয়?অগণন মিছা অভিমানৰ

Read More
অনুবাদকবিতা

এজন বুঢ়া—ভাৰাভাৰা ৰাও (মূলঃ হূবনাথ পাণ্ডে। অনুবাদঃ বিতোপন গগৈ)

এজন বুঢ়া দুবছৰৰ পৰা কাৰাৰুদ্ধ জামিন নামঞ্জুৰ প্ৰতি বাৰে, বাৰে বাৰে এজন ৰুগীয়া বুঢ়া চৰকাৰী চিকিৎসালয়ত নিজৰ স্মৃতিশক্তি হেৰুৱাই আশী

Read More
অনুবাদকবিতা

তৃতীয় স্তম্ভ (মূল: অজয় সিং; অনুবাদ: মাধুৰ্য্য ফুকন)

স্থাপন কৰা হৈছিল গণতন্ত্ৰৰ চাৰিটা স্তম্ভ। কাৰ্যপালিকা,আইন পালিকা, ন্যায়পালিকা, সংবাদ মাধ্যম একেজাক ধুমুহাতে তচনচ হৈ গ’ল আজি প্ৰথম স্তম্ভগণ কোৱাচোন

Read More
অনুবাদকবিতা

মই জানো সজাত বন্দী চৰাইটিয়ে কিয় গায় (মূল: মায়া এঞ্জেলোউ; অনুবাদ: যশোৱন্ত নিপুণ)

মুক্ত চৰাইটিয়ে বতাহৰবুকুত জপিয়ায়আৰু উটি যায়সোঁতৰ শেষলৈকেআৰু সূৰ্য্যৰ কমলা কিৰণততাৰ ডেউকা জুবুৰিয়ায়আৰু আকাশখন নিজৰ কৰিব খোজে কিন্তু এটি চৰাই যিয়ে

Read More
অনুবাদকবিতা

য়েহুদা এমিচাইৰ নিৰ্বাচিত পাঁচটা কবিতা (বিশ্বজিৎ বৰা)

অনুবাদকৰ টোকা : য়েহুদা এমিচাই (Yehuda Amichai, ১৯২৪–২০০০) ইজৰাইলৰ এজন প্ৰসিদ্ধ কবি। ১৯৪৮ চনৰ আৰব–ইজৰাইল যুদ্ধত (যাক ইহুদী ৰাষ্ট্ৰ হিচাপে

Read More
অনুবাদকবিতা

জাৰ্মান যুদ্ধ এখনৰ কুচকাৱাজৰ পৰা (মূল:বাৰ্টল্ট ব্ৰেখট্; অনুবাদ: কিশোৰ কুমাৰ দাস)

মূল: FROM A GERMAN WAR PRIMER উচ্চপদধাৰী সকলৰ বাবে খাদ্যৰ বিষয়ে হামৰাও কঢ়াটো একেবাৰেই নগণ্য কথা কথাটো হ’ল: তেওঁলোকে ইতিমধ্যেই

Read More