কবিতা

অনুবাদকবিতা

ৰূপম-(মূল বাংলা: সুবোধ সৰকাৰ; অনুবাদ: ৰূপম দাস)

( সুবোধ সৰকাৰ বাংলা সাহিত্যৰ ২০১৩ চনৰ সাহিত্য অকাডেমী বিজয়ী ) ৰূপমক এটা চাকৰি দিয়ক—এম. এ পাছ, পিতা মৃতপ্রেমিকা আছে

Read More
অনুবাদকবিতা

নিঃসংগ (মূল: এডগাৰ এলেন পো; ভাবানুবাদ: যশোৱন্ত নিপুণ)

মোৰ শৈশৱৰ মুহূৰ্তৰ পৰাই মই আনৰ দৰে নাছিলোঁ— মই চাব পৰা নাছিলোঁ যেনেদৰে আনে চাইছিল— একেই বসন্তৰ পৰা মোৰ আৱেগ

Read More
অনুবাদকবিতা

ময়েই সেই ছোৱালীজনী (মূল: শুভ দাশগুপ্ত; ভাবানুবাদ: চয়নিকা চাংমাই)

ময়েই সেই ছোৱালীজনীবাছত, ৰেলত, ৰাস্তাত আপুনি যাক সদায় দেখেযাৰ শাৰী, কঁপালৰ ফোঁট, কাণফুলি আৰু ভৰিৰ সৰুগাঁঠিআপুনি সদায় দেখে।আৰুআৰু বহুত কিবাকিবি

Read More
অনুবাদকবিতানিবন্ধ

পাবলো নেৰুডাৰ পাঁচটা কবিতা (অনুবাদ :: অৰুণ কুমাৰ শৰ্মা)

কাব্যকৃতী(Ars poetica) এপিনে ছায়া আনপিনে অনন্ত ব্যাপ্তি,ইফালে গাভৰুৰ জাক সিফালে দুৰ্গৰ প্রহৰীমাজত থিতাপি লোৱা আজৱ হৃদয়আৰু সৰ্বনাশী স্বপ্নবোৰেহঠাৎ ধাৰণ কৰে

Read More
অনুবাদকবিতা

চোৰ-(মূলঃ মঃ আজহাৰ ছিদ্দিকী,অনুঃ বিতোপন গগৈ)

চোৰৰ দুটা প্ৰকাৰ আছেঃসাধাৰণ চোৰ আৰু ৰাজনৈতিক চোৰ। সাধাৰণ চোৰঃআপোনাৰ যিকোনো বয়-বস্তুআপোনাৰ টকাৰ মোনাআপোনাৰ হাতৰ ঘড়ীআপোনাৰ মোবাইলআদি কাঢ়ি লৈ যায়।

Read More
অনুবাদকবিতা

ড০ সিদ্ধলঙ্গাইয়াৰ অনুবাদ কবিতা – (খামমুন ফুকন)

ড০ সিদ্ধলঙ্গাইয়া (Dr. Siddalingaiah) কন্নড় (Kannada) ভাষাৰ কবি, নাট্যকাৰ আৰু এগৰাকী দলিতকৰ্মী। “দলিত-বন্দায়া সাহিত্যিক আন্দোলন”ৰ এজন প্ৰধান পৃষ্ঠপোষক। বাংগালোৰ বিশ্ববিদ্যালয়ৰ

Read More
অনুবাদকবিতা

পিঞ্জৰাৱদ্ধ এটা সিংহ ( A Lion In A Cage )-(মূল : নাজিম হিকমেত অনুবাদ : অৰুণ কুমাৰ শৰ্মা)

লোৰ পিঞ্জৰাত বন্দী সিংঘটোলৈ চোৱাঁমন কৰা তাৰ চকু দুটিলৈ :খঙত জ্বলিপকি তিৰবিৰাই থকাযেন তীখাৰ দুখন খোলা ডেগাৰসি কেতিয়াও সম্ভ্ৰম বাদ

Read More
অনুবাদকবিতা

কনচেণ্ট্ৰেচন কেম্প -(মূল: ৰুদ্র মুহান্মদ শহীদুল্লাহ; ভাষান্তৰ: মুনমুন সৰকাৰ)

তাৰ চকুহাল বান্ধি দিয়া হ’ল।বুটজোতাৰে সোধোৱা প্ৰথমটো গোৰে ৰক্তাক্ত কৰিলে তাৰ মুখ।থেতালি দিয়া ওঁঠজুৰিত লেলাউটি আৰু তেজ মিলি একাকাৰ হ’ল,

Read More