..অৱধি-(মমিন বৰা)
ভোক বুলিলেই আজিকালি আপুনি মুখ বেঁকা কৰি হাঁহি উঠে। ঠিক এইমাত্ৰ আপোনাৰ মুখত ফুটি উঠা কৃত্ৰিম আৰু বেঁকা হাঁহিটোৰ দৰেই..।
Read Moreভোক বুলিলেই আজিকালি আপুনি মুখ বেঁকা কৰি হাঁহি উঠে। ঠিক এইমাত্ৰ আপোনাৰ মুখত ফুটি উঠা কৃত্ৰিম আৰু বেঁকা হাঁহিটোৰ দৰেই..।
Read Moreমৃতসকলৰ চকুবোৰ পুনৰ বিজুলী বাতিৰ দৰে তিৰবিৰাই উঠিল সন্ধিয়া সাত বজাৰ পাছত কবৰস্তানত—
Read Moreঅনবদ্য বৰুৱাৰ এটা স্মাৰ্ট ফোন আছে আৰু তাত জিঅ’ কোম্পানীৰ চিম এখন আছে৷ জিঅ’ কোম্পানীয়ে কম পইচাতে দেধাৰ ডাটা দিয়ে৷
Read Moreশীতৰ শৰবোৰ হাড়লৈকে সোমায় কেঁথাবোৰ গধুৰউমহীন ৰাতিবোৰো গধুৰ বাঁহৰ মুঢ়াবোৰে শীত খেদিবলৈ যাওঁমুঢ়াবোৰো সেমেকাদকা পৰে চগা উৰেউমি উমি জ্বলে মুঢ়াবোৰউমি
Read Moreপুৱাৰ কোমল ৰ’দত উজলিছে ঘৰটো, পদূলিত মানুহৰ জুম।ইমানদিনৰ অন্তঃপুৰবাসিনী মানুহজনী হেনোবাহিৰলৈ ওলাব বতাহত কঁপি উঠিল খিৰিকীৰ গধুৰ পৰ্দা। ছঁয়াময়াকৈ দেখিলোঁ
Read Moreধানৰ পাতে কটা হাততশীতৰ দবনা-দবনি কোবজুহালত দি সেকিছোঁ ধোঁৱাই খুঁচি অনা লোতকেৰেমচিব নোৱাৰি শোকৰ উহ পোৰা মাংসৰ গোন্ধতকালিকা লগা ৰাতিকএতিয়াও
Read Moreচকী খন টানি বহি লৈয়ে বিশালে উত্তেজিত কণ্ঠেৰে ক’লে,: পাক্কা খবৰ আনিছো বিভান । শ্বাহীনবাগত গোলমাল হ’ব। তই এন্টিচিপেট কৰাতকৈও
Read More১ একলব্যৰ বুঢ়া আঙুলিটো যিদিনাই কটা হ’ল সিদিনাই আৰম্ভ হ’ল কিছুমান নতুন কথাৰ। ইমানদিনে ৰজাঘৰৰ কথা মানুহে জানিছিল, এতিয়া জানিবলৈ
Read More