বিচ্ছেদ- (ত্ৰিলোচন গগৈ)
জোনৰ সৈতে কথা পাতি আছিলোঁ।বেজী এটা খুজিছিলোঁ।মোনা এটা চিলাইছিলোঁ। তুমি কৈছিলা। আমি তাত ধন ভৰাম।চালত নতুন টিনপাত লগাম। উৰুখা চালৰ
Read Moreজোনৰ সৈতে কথা পাতি আছিলোঁ।বেজী এটা খুজিছিলোঁ।মোনা এটা চিলাইছিলোঁ। তুমি কৈছিলা। আমি তাত ধন ভৰাম।চালত নতুন টিনপাত লগাম। উৰুখা চালৰ
Read Moreদুৰ্গন্ধ পুখুৰীৰ পানীত উৎকট দুৰ্গন্ধ মৰা মাছৰ দুৰ্গন্ধ বিয়পি পৰিছে প্ৰতিদিনে মৰা মাছ হৈ ওপঙি উঠিছে মানুহ পূণ্যভূমি দেশ
Read More(Alfred Lord Tennyson-ৰ Nothing Will Die-ৰ ভাবানুবাদ) কেতিয়া বাৰু জুৰিটি বৈ যাবলৈ ভাগৰি পৰিব মোৰ দুচকুত? কেতিয়া বাৰু বতাহজাক বলিবলৈ
Read Moreভোক বুলিলেই আজিকালি আপুনি মুখ বেঁকা কৰি হাঁহি উঠে। ঠিক এইমাত্ৰ আপোনাৰ মুখত ফুটি উঠা কৃত্ৰিম আৰু বেঁকা হাঁহিটোৰ দৰেই..।
Read Moreমৃতসকলৰ চকুবোৰ পুনৰ বিজুলী বাতিৰ দৰে তিৰবিৰাই উঠিল সন্ধিয়া সাত বজাৰ পাছত কবৰস্তানত—
Read Moreঅনবদ্য বৰুৱাৰ এটা স্মাৰ্ট ফোন আছে আৰু তাত জিঅ’ কোম্পানীৰ চিম এখন আছে৷ জিঅ’ কোম্পানীয়ে কম পইচাতে দেধাৰ ডাটা দিয়ে৷
Read Moreশীতৰ শৰবোৰ হাড়লৈকে সোমায় কেঁথাবোৰ গধুৰউমহীন ৰাতিবোৰো গধুৰ বাঁহৰ মুঢ়াবোৰে শীত খেদিবলৈ যাওঁমুঢ়াবোৰো সেমেকাদকা পৰে চগা উৰেউমি উমি জ্বলে মুঢ়াবোৰউমি
Read Moreপুৱাৰ কোমল ৰ’দত উজলিছে ঘৰটো, পদূলিত মানুহৰ জুম।ইমানদিনৰ অন্তঃপুৰবাসিনী মানুহজনী হেনোবাহিৰলৈ ওলাব বতাহত কঁপি উঠিল খিৰিকীৰ গধুৰ পৰ্দা। ছঁয়াময়াকৈ দেখিলোঁ
Read More