তেজীমলাৰ মাহীমাকে চুলি কাটিবলৈ ঠাই এটুকুৰা পালে-(মনস্বিনী মহন্ত)
তেজীমলাৰ মাহীমাকৰ একালত নাম এটা আছিল। নামটো কি আছিল, অন্য বহুজনী প্ৰাপ্তবয়স্ক মাইকী মানুহৰ দৰে তায়ো পাহৰিলে। অৱশ্যে অন্য বেছিভাগ
Read Moreতেজীমলাৰ মাহীমাকৰ একালত নাম এটা আছিল। নামটো কি আছিল, অন্য বহুজনী প্ৰাপ্তবয়স্ক মাইকী মানুহৰ দৰে তায়ো পাহৰিলে। অৱশ্যে অন্য বেছিভাগ
Read Moreওলমি ৰৈছে ৰুদ্ধ ঘৰৰ খিৰিকীত আমাৰ শুকান কলিজা দেখিছোঁসংগ্ৰামী কবিৰ কলমৰধুমুহাবৰষুণবানত উটি যোৱা এজাক ক’লা পিপৰা ।
Read Moreপকা মধুৰী আমে মলমলাই থকা দুপৰীয়া আছিল সেইটোকৰ্দৈজোপা ঢাকি ধৰা ভাটৌ এজাকৰ কোৰ্হালত তচনচ হৈছিল চিন্তাৰ সোঁতটোবাৰে বাৰে!তুলি লওঁ, পুনৰ
Read Moreদাইলতে আলু এটা আৰু ভাতকেৰেলা এটা দি ৰাতিপুৱাৰ আহাৰ সাজু কৰিলে তাই। ফ্ৰিজত কণী আছে যেতিয়া হৈ যাব বুলি মনতে
Read Moreবৰ কষ্টত আছোঁ ককাইদেউ অসহনীয় এই যন্ত্ৰণা . সময় সলনি হৈছে যদিও পৰিস্থিতি একেই আছে তেজক পানী কৰি চহাইছোঁ মাটি
Read Moreয়েছ মাই লৰ্ডশ্বিপ! আপোনাৰ দেশৰ নাগৰিক হোৱাটো এক ব্যয়বহুল কাৰবাৰ। আমাৰ দৰে অনুষ্টুপীয়াকৈ জীয়াই থকাবোৰে জীৱন বন্ধকত থৈ সংবিধান আওৰাওঁ।
Read More১. ফুল-তৰা-গানৰ কোমল কোমল ভাষাৰে ভৰা তোমাৰ ৱাটছেপ গোটটিত হঠাতে সোমালহি গেলামালৰ দোকান কেতিয়া খোলা— তাৰ চৰকাৰী জাননীৰ জধলা কপি
Read Moreচৰাইৰ মাতত ৰাতি পুৱাব বুলি ভাবি থাকোঁতেই দেশখোৱা আহি ৰাজপাটত বহিল . চৰাইৰ মাতত ৰাতি পুৱাব বুলি ভাবি থাকিয়েই মানুহবোৰৰ
Read More