অসমীয়া কবিতা

গল্প-কবিতা

অৰণ্যৰ বিষাদগাঁথা (ৰাহুল শ্যাম)

এটি পথৰুৱা সপোনৰ আঁত ধৰি পালোগৈ এৰাসূঁতিৰ জাৰণিখন; য’ত আছিল এখনি নৈৰ ইতিহাস। নৈ বৈ যায়, নিৰবধি। নিতাল নিশাৰ অৰণ্যখনত

Read More
গল্প-কবিতা

ঈশ্বৰ- (বাপুকণ চৌধুৰী)

সহজলভ্য বজাৰখনত এদিন হঠাতে দাম বাঢ়িল ঈশ্বৰৰ, মানুহবোৰৰ হাঁহাকাৰ লাগিল ধনীবোৰৰ ঈশ্বৰ আছিল স্থায়ী ক্ষয় ক্ষতি নোহোৱা ব্যক্তিগত সম্পত্তি ৷৷

Read More
গল্প-কবিতা

সপোন – (হিমাশ্রী শৰণীয়া সূত্রধৰ)

ওলমি ৰৈছে ৰুদ্ধ ঘৰৰ খিৰিকীত আমাৰ শুকান কলিজা  দেখিছোঁসংগ্ৰামী কবিৰ কলমৰধুমুহাবৰষুণবানত উটি যোৱা এজাক ক’লা পিপৰা ।

Read More
গল্প-কবিতা

মা-(উপাসনা বৰদলৈ)

পকা মধুৰী আমে মলমলাই থকা দুপৰীয়া আছিল সেইটোকৰ্দৈজোপা ঢাকি ধৰা ভাটৌ এজাকৰ কোৰ্হালত তচনচ হৈছিল চিন্তাৰ সোঁতটোবাৰে বাৰে!তুলি লওঁ, পুনৰ

Read More
গল্প-কবিতা

মধ্যমা আঙুলি-(ৰাৱণ জ্যোতি)

মোৰ দুই হাতৰ এই দুই মধ্যমা আঙুলিতোমালোকৰ বাবেই মই আগবঢ়ালো। তোমালোকৰ যত কৰ্মৰাজিৰ উপহাৰমোৰ দুইহাতৰ দুই মধ্যমা আঙুলি। তোমালোকৰ উদ্ভণ্ডালি,

Read More
গল্প-কবিতা

য়েছ মাই লৰ্ডশ্বিপ -(মুনমুন সৰকাৰ শ‌ইকীয়া)

য়েছ মাই লৰ্ডশ্বিপ! আপোনাৰ দেশৰ নাগৰিক হোৱাটো এক ব্যয়বহুল কাৰবাৰ। আমাৰ দৰে অনুষ্টুপীয়াকৈ জীয়াই থকাবোৰে জীৱন বন্ধকত থৈ সংবিধান আওৰাওঁ।

Read More
গল্প-কবিতা

হীৰুদা, জোখ-মাখ চলি আছে (কৌশিক দাস)

১. ফুল-তৰা-গানৰ কোমল কোমল ভাষাৰে ভৰা তোমাৰ ৱাটছেপ গোটটিত হঠাতে সোমালহি গেলামালৰ দোকান কেতিয়া খোলা— তাৰ চৰকাৰী জাননীৰ জধলা কপি

Read More