Author: ‘মুক্ত চিন্তা’ৰ কৰ্মদল

গল্প-কবিতা

ডেউকাত পোহৰ (কৌশিক দাস)

পুৱাৰ কোমল ৰ’দত উজলিছে ঘৰটো, পদূলিত মানুহৰ জুম।ইমানদিনৰ অন্তঃপুৰবাসিনী মানুহজনী হেনোবাহিৰলৈ ওলাব বতাহত কঁপি উঠিল খিৰিকীৰ গধুৰ পৰ্দা। ছঁয়াময়াকৈ দেখিলোঁ

Read More
কেন্দ্ৰীয় নিবন্ধ

সাপ্তাহিক জনজীৱনৰ জন্মৰ আঁৰৰ কাহিনী (গোপাল চন্দ্ৰ বৰ্মন)

অসম আন্দোলত সংবাদ পত্রই এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। আন্দোলনৰ সময়ত অসমৰ সংবাদ জগত স্পষ্ট দুটা ভাগত বিভক্ত হৈ পৰিছিল—আন্দোলনৰ

Read More
গল্প-কবিতা

অনবদ্য বৰুৱাৰ স্মাৰ্ট জীৱন (উপাসনা কৃষ্ণাত্ৰেয়)

অনবদ্য বৰুৱাৰ এটা স্মাৰ্ট ফোন আছে আৰু তাত জিঅ’ কোম্পানীৰ চিম এখন আছে৷ জিঅ’ কোম্পানীয়ে কম পইচাতে দেধাৰ ডাটা দিয়ে৷

Read More
বিবিধ চিন্তা

ভাৰতবৰ্ষত গৰুৰ ৰাজনৈতিক সূৰ্যোদয় আৰু গো-মাংসকেন্দ্ৰিক অৰ্থনীতি (অলকেশ শইকীয়া)

বেদ, উপনিষদ, প্ৰাচীন কাব্য, মহাকাব্যত গোমাংসৰ জনপ্ৰিয়তাৰ কথা স্পষ্টকৈ উল্লেখ আছে । গৰু সম্পৰ্কীয় শব্দৰ উল্লেখ ঋকবেদত সাতশবাৰ পোৱা যায়

Read More
বিজ্ঞান-প্ৰযুক্তি

জেমছ ৱেব মহাকাশ দূৰবীন হ’ব নেকি মানৱসৃষ্ট প্ৰথমটো ‘টাইম মেছিন’?-(ভাৰ্গৱ বৰঠাকুৰ)

বিশ্বব্ৰহ্মাণ্ডত আমাৰ সৃষ্টিৰ ৰহস্য কি? বিশ্বব্ৰহ্মাণ্ডখন কিয় সৃষ্টি হৈছিল? পৃথিৱীৰ দৰে জীৱ থকা গ্ৰহ বিশ্বব্ৰহ্মাণ্ড আৰু আছে নে? এনেবোৰ প্ৰশ্নৰ

Read More
গল্প-কবিতা

শীতৰ শৰ- (দীপু গগৈ)

শীতৰ শৰবোৰ হাড়লৈকে সোমায় কেঁথাবোৰ গধুৰউমহীন ৰাতিবোৰো গধুৰ বাঁহৰ মুঢ়াবোৰে শীত খেদিবলৈ যাওঁমুঢ়াবোৰো সেমেকাদকা পৰে চগা উৰেউমি উমি জ্বলে মুঢ়াবোৰউমি

Read More