Author: ‘মুক্ত চিন্তা’ৰ কৰ্মদল

গল্প-কবিতা

শীত: এটা ৰাজনৈতিক পদ্য-(কুলেন দাস)

ধানৰ পাতে কটা হাততশীতৰ দবনা-দবনি কোবজুহালত দি সেকিছোঁ ধোঁৱাই খুঁচি অনা লোতকেৰেমচিব নোৱাৰি শোকৰ উহ পোৰা মাংসৰ গোন্ধতকালিকা লগা ৰাতিকএতিয়াও

Read More
অনুবাদকবিতা

চোৰ-(মূলঃ মঃ আজহাৰ ছিদ্দিকী,অনুঃ বিতোপন গগৈ)

চোৰৰ দুটা প্ৰকাৰ আছেঃসাধাৰণ চোৰ আৰু ৰাজনৈতিক চোৰ। সাধাৰণ চোৰঃআপোনাৰ যিকোনো বয়-বস্তুআপোনাৰ টকাৰ মোনাআপোনাৰ হাতৰ ঘড়ীআপোনাৰ মোবাইলআদি কাঢ়ি লৈ যায়।

Read More
বিবিধ চিন্তা

চেতনা উদ্দীপ্তকাৰী গ্ৰন্থ- “গভীৰ আস্থাৰ গান” -( মীনাক্ষী বৰুৱা)

“গভীৰ আস্থাৰ গান- ভূপেন্দ্ৰ সংগীতৰ পৰ্যালোচনা (প্ৰথম খণ্ড)” পঢ়িলোঁ। একে আষাৰতে মন ভৰি যোৱা এখন গ্ৰন্থ। গ্ৰন্থখনৰ লেখিকা ড০ বৰ্ণালী

Read More
কেন্দ্ৰীয় নিবন্ধ

নাৰীবাদ সম্পৰ্কে এটি আধৰুৱা টোকা- (টুনুজ্যোতি গগৈ)

মানৱ সমাজত ­শোষণ-অৱদমনৰ ইতিহাস খুবেই প্ৰাচীন। শোষণ-অৱদমনৰ বিৰুদ্ধে প্ৰতিবাদী সংগ্ৰামৰ ইতিহাসো সমানেই প্ৰাচীন। ক্ৰীতদাস প্ৰথাৰ বিৰুদ্ধে দাস বিদ্ৰোহ, সামন্ত প্ৰথাৰ

Read More
বিবিধ চিন্তা

উদ্ধৃতিৰ বিভ্ৰান্তি, চেৰী পিকিং আৰু আইনষ্টাইনৰ ‘ঈশ্বৰ’-(ঈশান জ্যোতি বৰা)

এজন মানুহৰ ঘৰৰ পিছফালে চেৰী ফলৰ গছ এজোপা আছে৷ নতুনকৈ বাঢ়ি অহা গছ৷ এই বছৰ প্ৰথম ফল লাগিব৷ চেৰীৰ সোৱাদনো

Read More
কেন্দ্ৰীয় নিবন্ধ

সাগৰতলিৰ শঙ্খৰ পাতনি – (ড০ হীৰেন গোহাঁই)

ভাবিছিলোঁ, পাতনিখনৰ এটা কাব্যিক নাম দিম- “সাগৰ-সংগমত” বা “সাগৰ তীৰত”, এনে ধৰণৰ। কিন্তু পিছ মুহূর্ততে মনত পৰিল মাধব কন্দলিৰ সেই

Read More
অনুবাদগল্প

ক্লান্তিৰ শেষ নাই – (মূল: বান’ কুড়ছিয়া, অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা)

সেয়া আছিল প্ৰথমবাৰ৷ তাৰ পাছতো একেটা ঘটনাৰে দুবাৰ পুনৰাবৃত্তি হৈছিল – হুবহু এইধৰণে: মোৰ বাওঁ ভৰিখন আছিল বাঁহৰ জখলাডালৰ একেবাৰে

Read More
অনুবাদগল্প

পত্নী (মূল: জৈনেন্দ্ৰ কুমাৰ; অনুবাদ: কৃষ্ণা সোণোৱাল)

লেখক পৰিচিতি- জৈনেন্দ্ৰ কুমাৰ (০২ জানুৱাৰী ১৯০৫- ২৪ ডিচেম্বৰ ১৯৮৮) হিন্দী সাহিত্য জগতৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক। প্ৰেমচন্দোত্তৰ হিন্দী সাহিত্যিকসকলৰ ভিতৰত

Read More