কচৰৎ-(অনুপমা ভূঞা অধিকাৰী)
চুই চাওঁ আহাঁ পৰস্পৰৰ বুকুকিমান কোলাহল হ’লেঅকলশৰীয়া অনুভৱ হয়অথবা কিমান নিসংগতাতমুখৰ হয় বুকুৰ কোলাহল আহাঁ আমি লুকাই চুৰকৈইজনে সিজনৰ ভিতৰলৈ
Read Moreচুই চাওঁ আহাঁ পৰস্পৰৰ বুকুকিমান কোলাহল হ’লেঅকলশৰীয়া অনুভৱ হয়অথবা কিমান নিসংগতাতমুখৰ হয় বুকুৰ কোলাহল আহাঁ আমি লুকাই চুৰকৈইজনে সিজনৰ ভিতৰলৈ
Read Moreতোৰ ছাঁতেই জিৰাই মোৰঘৰ্মাক্ত দেহৰ কলিজাৰ স্পন্দনহে বৃক্ষ!হাজাৰ বছৰৰ সাক্ষী তোৰ এই মেট-মৰা দেহাতমানৱতাৰ নিষ্ঠুৰ আঘাত।ক্ষত বিক্ষত শৰীৰত আজিদা, কুঠাৰ,
Read More(Pablo Neruda ৰ “The Captain’s Verses” ৰ তৃতীয়টো ভাগ “Lives” ৰ প্ৰথমটো কবিতা The Mountain and The River ৰ অনুবাদ)
Read Moreদৰা ঘৰৰ পৰা বৰযাত্ৰী এই ওলাইছে, এয়া আহি আছে, ৰাস্তাত আছেহি, এই পালেহি! ক’তা? ক’তা? অহ নাই পোৱা! পাবহি পাবহি…।
Read More(হীৰু দাৰ স্মৃতিত) চিনাকি বাটটোৰে গুচি গ’ল এটা কবিতাখহি পৰিল এক পুৰুষৰ পৰা আনটো পুৰুষলৈ বুলিকান্ধত বৈ ফুৰা মেটমৰা শব্দৰ
Read Moreপেডে তোমাৰ অন্তৰ্বাসক দুৰ্গন্ধময় কৰি তোলে ঠিক লেতেৰা বাইকৰ চেইনৰ দৰে। আমি দুয়ো তাইৰ মাকৰ প্লাষ্টিকেৰে আবৃত ফুলাম আৰামী চকীত
Read Moreচৌদিশে পুলিচৰ অনুসন্ধান। গাঁৱে-গাঁৱে, ঘৰে-ঘৰে তালাচী। স্বাধীন দেশৰ চৰকাৰে তেওঁৰ মূৰটোৰ বাবদ ঘোষণা কৰিছে ৭৩০ টকাৰ পুৰস্কাৰ। হঠাতে পুলিচৰ ফান্দত
Read More