Author: ‘মুক্ত চিন্তা’ৰ কৰ্মদল

অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (চতুৰ্থ সংখ্যা)

অতিমাৰীৰ যুগত অযৌক্তিকতা আৰু গণমানসিকতা-(কমলনয়ন মিশ্ৰ)

অযৌক্তিকতা বা বৈজ্ঞানিক যুক্তি বিৰোধী প্ৰতিক্ৰিয়াশীলতাৰ ইতিহাস আধুনিক পুঁজিবাদী সভ্যতাৰ ইতিহাসৰ সৈতে অংগাংগী ভাৱে যুক্ত। আধুনিক ইউৰোপত বুৰ্জোৱা শ্ৰেণীৰ উত্থানৰ

Read More
অতিথি সম্পাদকৰ চ'ৰানিবন্ধপঞ্চম বছৰপঞ্চম বছৰ (চতুৰ্থ সংখ্যা)

বিজ্ঞান আৰু অপবিজ্ঞানৰ সীমা নিৰ্ণয়ৰ সমস্যা – (পৰাগ দাহাল)

সহজ ভাষাত কোৱা হয় যে যিবোৰ অবৈজ্ঞানিক তত্ত্ব, বিশ্বাস, চৰ্চা বা অধ্যয়নে বিজ্ঞানৰ ভাষা আৰু কাৰ্য্যপদ্ধতি নকল কৰে আৰু আপাত

Read More
বিজ্ঞান-প্ৰযুক্তি

বিগ বেং বিস্ফোৰণৰ‌ আঁৰত‌ আছে‌ নেকি ঐশ্বৰিক শক্তি?-(ভাৰ্গৱ বৰঠাকুৰ)

পদাৰ্থবিজ্ঞানৰ জগতখনলৈ যুগান্তকাৰী অৱদান‌ আগবঢ়োৱা বিংশ শতিকাৰ দুটা বিখ্যাত তত্ত্ব হৈছে ‘কোৱান্টাম ফিল্ড থিয়ৰী’ আৰু ‘সাধাৰণ আপেক্ষিকতাবাদ’। এই দুটা বিশেষ

Read More
শিল্প-কলা-সংস্কৃতি

ঘৰে বাইৰে আজ : সাম্প্ৰতিক সময়ৰ দস্তাবেজ -(সিদ্ধেশ্বৰ দাস)

অপৰ্ণা সেনৰ ’ঘৰে বাইৰে আজ’ৰ প্ৰসংগলৈ অলপ পাছত আহিম৷ তাৰ আগতে সত্যজিত ৰায়ৰ একে নামৰ ছবিখনৰ বিষয়ে কিছু কথা কোৱা

Read More
গল্প-কবিতা

ধূলিয়ৰী বাটৰ সপোন মালিতা – (উপাসনা বৰদলৈ)

সোণগুটিৰ লগতে হাঁহিবলৈ শিকে সিহঁতেমলিয়ন দুভৰি, নিজ ৰং হেৰুৱা স্কুলৰ সাজযোৰেৰেপুৱাটোৰ সৈতে ঢপলিয়াই ফুৰে সিহঁত,যঁতৰ এটাত ৰাতিটোৱে সোণালী দিনবোৰ কাটি

Read More
কেন্দ্ৰীয় নিবন্ধ

গ্ৰন্থাগাৰ :: লিজা মাইৎনাৰ, ৰীতা লেভি মনটালচিনি আৰু অট’ মেথ-ক’নৰ কথাৰে (পূৰৱী দেৱী)

এজন মানুহৰ জীৱন এটা গ্ৰন্থাগাৰ। এনে গ্ৰন্থাগাৰে আমাক যোগাব পাৰে তথ্য, জ্ঞান, শিক্ষা, অনুপ্ৰেৰণা আৰু উৎসাহ। সেয়েহে তিনিগৰাকী বিজ্ঞানী, লিজা

Read More
অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (তৃতীয় সংখ্যা)

মৌলিক বিজ্ঞান আৰু ৰূপান্তৰৰ সংগ্ৰাম (অতিথি সম্পাদকৰ কলম)-(কমল নয়ন মিশ্ৰ)

ৰূপান্তৰৰ মহাশিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিখ্যাত কবিতা এফাঁকিৰে আৰম্ভ কৰিব খুজিছোঁ। “সৌ আকাশত নীহাৰিকা উৰে, ক’ত জীৱন, ক’ত ৰূপৰ, ক’ত

Read More
কেন্দ্ৰীয় নিবন্ধ

যাদু, ধৰ্ম আৰু যৌনতা-(টুনুজ্যোতি গগৈ)

আদিম মানৱে শিলাবৃষ্টি, বজ্ৰপাত, বনজুই, আগ্নেয়গিৰিৰ উদ্গীৰণ, ভূমিকম্প আদি প্ৰাকৃতিক পৰিঘটনাবোৰৰ আঁৰৰ সঠিক কাৰণসমূহ বুজিব পৰা নাছিল। বুজিব পৰাকৈ তেওঁলোকৰ

Read More