Author: ‘মুক্ত চিন্তা’ৰ কৰ্মদল

গল্প-কবিতা

শালভঞ্জিকা-(ববিতা কলিতা)

এন্ধাৰ প্ৰাসাদটোত জিলিকি আছে পোহৰৰ এখন সৰু খিৰিকী। সেই খিৰিকীখনৰ মুখত বহিয়েই জোনাকৰ সাধু শুনে ৰাজকুমাৰী স্বৰ্ণলতিকাই। হওঁতে প্ৰাসাদটোত তেনে

Read More
গল্প-কবিতা

ওলোমা মানুহ-(পিংকু কলিতা)

খহি পৰা আকাশখনক গছৰ ঠাল-ঠেঙুলিবোৰে ধৰি ৰাখিছে। ডোখৰা-ডোখৰ শুকুলা মেঘৰ টুকুৰাবোৰে যেন গছৰ ডালবোৰৰ মাজেৰে সোলকি আহি চুই যাবহি মাখনক।

Read More
গল্প-কবিতা

ছায়াচিত্ৰ কালৰাতিৰ (অৰুণ কুমাৰ শৰ্মা)

টগবগাই টগবগাই ইপাৰ সিপাৰ নমনা যৌৱনৰ ভৰা নদীয়েদি উজাই যাওঁতে ক’ৰ পৰা জানো ৰাষ্ট্ৰ নামৰ বকাসুৰটোৱে জ্বলন্ত অগ্নিপিণ্ডত মা-দেউতাৰ ঘৰটো

Read More
সম্পাদকীয়

সম্পাদকৰ টোকা :: অনামিকা গোস্বামী আৰু প্ৰশান্ত দাসৰ কথাৰে (কৌশিক দাস)

(১) এটি বিখ্যাত গীতৰ কথাৰে আলোচনা আৰম্ভ কৰিছোঁ। ১৯৭৬ চনত ভূপেন হাজৰিকাই জাতিভেদ প্ৰথাৰ প্ৰতিমুখে এটি অমৰ গীত সৃষ্টি কৰিছিল—“যুৱতী

Read More
কেন্দ্ৰীয় নিবন্ধ

বুদ্ধত্ব আৰু জ্ঞানৰ অনিঃশেষণীয়তা (দীপক গোস্বামী)

(১) খাৰাংখাচ প্ৰশ্ন এটাৰে আলোচনা আৰম্ভ কৰিছোঁ—সুদূৰ অতীতত বা সুদূৰ ভৱিষ্যতত যিকোনো মানুহৰ পক্ষে এনে এটা অৱস্থাত উপনীত হোৱা সম্ভৱপৰ

Read More
কেন্দ্ৰীয় নিবন্ধ

কৌতুক সম্পৰ্কে কতিপয় টোকা-(প্ৰসেনজিৎ চৌধুৰী)

স্মৰণাতীত অতীজৰ গুহাবাসী মানুহে জানো ঢেকঢেকাই হাঁহিছিল? সমস্ত দিন খাদ্যৰ সন্ধানত ঘূৰি-পকি তেওঁলোকে আজৰি পৰত ৰং-ৰহইচ কৰিছিল নে? যদি কৰিছিল

Read More
বিবিধ চিন্তা

কমৰেড হৰেনদাৰ সান্নিধ্যত-  (নৰেন বৰা)

অত্যন্ত দুখৰ খবৰ—কমৰেড হৰেন্দ্ৰনাথ বৰঠাকুৰ, মানে হৰেনদা, চিৰদিনৰ বাৰে আমাৰ মাজৰ পৰা আঁতৰি গ’ল যোৱা ২৪ জুনৰ সন্ধিয়া। আৰু কেইটামান

Read More
বিবিধ চিন্তা

জনসংস্কৃতিৰ সোণোৱালী শইচ সিঁচা প্রতিভাৱান খনিকৰজন- (ৰাজীৱ কুমাৰ দত্ত)

সকলো মানুহেই এদিন নহয় এদিন মৃত্যুক আঁকোৱালি লয়, কিন্তু সকলো মানুহৰ মৃত্যুৰ গভীৰতা বেলেগ বেলেগ হয়। চীনৰ প্রাচীন লেখক চমা

Read More