অৰণ্যৰ বিষাদগাঁথা (ৰাহুল শ্যাম)
এটি পথৰুৱা সপোনৰ আঁত ধৰি পালোগৈ এৰাসূঁতিৰ জাৰণিখন; য’ত আছিল এখনি নৈৰ ইতিহাস। নৈ বৈ যায়, নিৰবধি। নিতাল নিশাৰ অৰণ্যখনত
Read Moreএটি পথৰুৱা সপোনৰ আঁত ধৰি পালোগৈ এৰাসূঁতিৰ জাৰণিখন; য’ত আছিল এখনি নৈৰ ইতিহাস। নৈ বৈ যায়, নিৰবধি। নিতাল নিশাৰ অৰণ্যখনত
Read Moreসহজলভ্য বজাৰখনত এদিন হঠাতে দাম বাঢ়িল ঈশ্বৰৰ, মানুহবোৰৰ হাঁহাকাৰ লাগিল ধনীবোৰৰ ঈশ্বৰ আছিল স্থায়ী ক্ষয় ক্ষতি নোহোৱা ব্যক্তিগত সম্পত্তি ৷৷
Read Moreওলমি ৰৈছে ৰুদ্ধ ঘৰৰ খিৰিকীত আমাৰ শুকান কলিজা দেখিছোঁসংগ্ৰামী কবিৰ কলমৰধুমুহাবৰষুণবানত উটি যোৱা এজাক ক’লা পিপৰা ।
Read Moreপকা মধুৰী আমে মলমলাই থকা দুপৰীয়া আছিল সেইটোকৰ্দৈজোপা ঢাকি ধৰা ভাটৌ এজাকৰ কোৰ্হালত তচনচ হৈছিল চিন্তাৰ সোঁতটোবাৰে বাৰে!তুলি লওঁ, পুনৰ
Read Moreমোৰ দুই হাতৰ এই দুই মধ্যমা আঙুলিতোমালোকৰ বাবেই মই আগবঢ়ালো। তোমালোকৰ যত কৰ্মৰাজিৰ উপহাৰমোৰ দুইহাতৰ দুই মধ্যমা আঙুলি। তোমালোকৰ উদ্ভণ্ডালি,
Read Moreয়েছ মাই লৰ্ডশ্বিপ! আপোনাৰ দেশৰ নাগৰিক হোৱাটো এক ব্যয়বহুল কাৰবাৰ। আমাৰ দৰে অনুষ্টুপীয়াকৈ জীয়াই থকাবোৰে জীৱন বন্ধকত থৈ সংবিধান আওৰাওঁ।
Read Moreবৰ কষ্টত আছোঁ ককাইদেউ অসহনীয় এই যন্ত্ৰণা . সময় সলনি হৈছে যদিও পৰিস্থিতি একেই আছে তেজক পানী কৰি চহাইছোঁ মাটি
Read More১. ফুল-তৰা-গানৰ কোমল কোমল ভাষাৰে ভৰা তোমাৰ ৱাটছেপ গোটটিত হঠাতে সোমালহি গেলামালৰ দোকান কেতিয়া খোলা— তাৰ চৰকাৰী জাননীৰ জধলা কপি
Read More