গল্প-কবিতা

গল্প-কবিতা

প্ৰশ্নপাঠ-(লুইত কিৰণ দাস)

মোক পৃথিৱীৰ আটাইতকৈ জটিল প্ৰশ্নটো সোধাযাৰ উত্তৰ শালিপথাৰৰ বোকাৰ দৰে কোমল আৰু সম্ভাৱনাময় সৰ্বোত্তম সম্ভাৱনাৰ শ প্ৰশ্ন মোক সোধাযাৰ উত্তৰত

Read More
গল্প-কবিতা

ধূলিয়ৰী বাটৰ সপোন মালিতা – (উপাসনা বৰদলৈ)

সোণগুটিৰ লগতে হাঁহিবলৈ শিকে সিহঁতেমলিয়ন দুভৰি, নিজ ৰং হেৰুৱা স্কুলৰ সাজযোৰেৰেপুৱাটোৰ সৈতে ঢপলিয়াই ফুৰে সিহঁত,যঁতৰ এটাত ৰাতিটোৱে সোণালী দিনবোৰ কাটি

Read More
গল্প-কবিতা

আবৃত্তি কৰা হওক আমাক নতুন ছন্দৰে – (অনিতা গগৈ)

যেন মধ্যযুগীয় কোনো বজাৰৰ শাৰী শাৰী বিপনীত ৰৈ আছোঁ . ক্রীতদাসৰ শালীনতাৰে বন্দিত প্রহৰৰ স্তাৱক আমি . আমাৰ শৰীৰ মহটিয়াই

Read More
গল্প-কবিতা

চাৰি নম্বৰ ৰাইখ্‌, ওৱাক্‌ থুই-(কৌশিক দাস)

১.কথা কোৱা মানা।তথাপি আপুনি ফুচ্‌ফুচাই কৈছিল–বৰ ঠাণ্ডা পৰিছে।কথাটো বেৰখনে শুনিলে…এতিয়া আপোনাৰ হাতত হেণ্ড-কাফ।বহু বিচাৰ বহু বিশ্লেষণৰ শেষত থিৰ কৰা হ’লঠাণ্ডা

Read More
গল্প-কবিতা

ফেইচবুক-ফ্ৰেইণ্ড -(ড° বসন্ত কুমাৰ বৰা)

নাকটো বেয়াকৈয়ে ভাগিল। হস্পিটেলত গম নাপালো – বিষনাশক বেজীৰ কৃপাত। গেষ্ট্ৰাইটিছৰ বাবে বিষনাশক নোখোৱাত এতিয়া ফৰফৰাই উঠিছে। ইফালে সকলোৱে ভাল

Read More
গল্প-কবিতা

কি হ’ব এতিয়া – (কোকিল শইকীয়া)

কি হ’ব এতিয়ানিৰ্বিচাৰে গুলী বৰ্ষণএজাক ল’ৰাৰ অৰণ্য গমন সেয়েই হ’বধৰ্ষণ, মন্দিৰত গৰুৰ মঙহঅাৰু মছজিদত মদৰ বটলগাঁৱৰ পৰা চহৰলৈ অাহি প্ৰতিষ্ঠাৰ

Read More